• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কোনো প্ৰভাৱ নপৰিল শিৱসাগৰত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 3, 2018 2:07 pm
20181103_125049

শিৱসাগৰত বন্ধ পালন নকৰিবলৈ ৰাইজক আহ্বান বীৰ লাচিত সেনাৰ সদস্যৰ। ফটো : নৰ্থইষ্ট নাও

528
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ধলাত বঙালী সম্প্রদায়ৰ ৫ জন নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ কোনো প্ৰভাৱ নপৰিল শিৱসাগৰত।

আজি পুৱাৰে পৰা শিৱসাগৰত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থাকে। নগৰখনৰ সকলো দোকান পোহাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্কুল কলেজৰ লগতে সকলো চৰকাৰী কাৰ্য্যালয় সম্পূৰ্ণ ৰূপে খোলা থাকে।

ইয়াৰ উপৰিও অসম ৰাজ্যিক পৰিবহণ নিগমৰ সকলো যানবাহনৰ চলাচল অব্যাহত থকাৰ লগতে চৰকাৰী বেচৰকাৰী আৰু ব্যক্তিগত যান বাহনসমূহো ৰাজপথত স্বাভাৱিক ৰূপত চলাচল কৰা দেখা গ’ল।

আনহাতে, বন্ধৰ সময়ছোৱাত শিৱসাগৰত বন্ধৰ সমৰ্থন কৰিবলৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোনো এজন লোক ৰাজপথলৈ ওলাই অহা দেখা নগ’ল। তাৰ পৰিৱৰ্ত্তে বীৰ লাচিত সেনাৰ লগতে বহু কেইটা সংগঠনে পুৱাই বন্ধ পালন নকৰিবলৈ ৰাইজক আহ্বান জনাই ৰাজপথলৈ ওলাই আহে।

ইপিনে, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰতি জনসাধাৰণৰ বিশেষ সঁহাৰি নোপোৱাৰ বাবে সংগঠনটোৱে ২৪ ঘন্টীয়া বন্ধটো ১২ ঘণ্টালৈ হ্ৰাস কৰে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd