• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধলা হত্যাকাণ্ডৰ চাৰিদিন অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰাটো চৰকাৰৰ চৰম ব্যৰ্থতা : হৰিশ ৰাৱট

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 1:29 pm
fc597a1e-4f2f-47b9-9c09-243042bbb964

গুৱাহাটীৰ ৰাজীৱ ভৱনত সোমবাৰে সংবাদমেলত কংগ্ৰেছ নেতা হৰিশ ৰাৱট। ফটো : নৰ্থইষ্ট নাও

271
VIEWS
Share on FacebookShare on Twitter

“ৰাজ্য চৰকাৰৰ অবহেলাৰ বাবেই ধলাৰ ঘটনা সংঘটিত হৈছে। এনে এটা পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণ দায়ী। শেহতীয়াভাৱে ৰাজ্যত যি অশান্তিৰ পৰিবেশ বিৰাজ কৰিছে তাক নিয়ন্ত্ৰনত বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হৈছে।”

এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটৰ।

ঘটনাটো সংঘটিত হোৱাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰাটো চৰকাৰখনৰ চৰম ব্যৰ্থতা বুলিও তেওঁ অভিহিত কৰে।

আনহাতে, এন আৰ চিৰ ওজৰ আপত্তিৰ পৰীক্ষণৰ বাবে ১৫ প্ৰকাৰৰ নথি বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক ৰাৱটে আদৰণি জনায়।

“অসম চৰকাৰে এটা দুমুখীয়া নীতি লৈ এই কাম কৰাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে প্ৰকৃত ভাৰতীয় লোকক এটা ন্যায় প্ৰদান কৰিলে। এন আৰ চিক আমি অসম চুক্তিৰ যুক্তিপূৰ্ণ পৰিণতিৰ ৰূপত চাই আছো,”-ৰাৱটে কয়।

তদুপৰি, বিজেপিক কটাক্ষ কৰি তেওঁ বিজেপি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বিবুধিত পৰা বুলি কয়। ৰাৱটে লগতে বিজেপিৰ সকলো ক্ষেত্ৰতে ব্যৰ্থতা প্ৰকাশ পোৱা বুলি মন্তব্য কৰে।

আনহাতে, ৰাৱটে সকলো প্ৰকাৰে ব্যৰ্থ হৈ বিজেপিয়ে এতিয়া দেশৰ স্বতন্ত্ৰ সংস্থা সমুহত হস্তক্ষেপ কৰা বুলি কোৱাৰ লগতে এতিয়া উপায়হীন হৈ ৰাম মন্দিৰৰ ইচ্ছ্যুৰে আবেগ সৃষ্টিৰ চেষ্টা কৰি আছে বুলিও  মন্তব্য কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd