• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাক দীঘল থকা লোকে এতিয়াও হিমন্তৰ গাৰ পৰা কংগ্ৰেছৰ গোন্ধ পায় : ৰকিবুল হুছেইন

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 6, 2018 9:03 am
99d18de6-34e2-4d4e-adfd-9288b03da78a

বৰপেটাত সংবাদমেলত ৰকিবুল হুছেইন। ফটো: নৰ্থইষ্ট নাও

754
VIEWS
Share on FacebookShare on Twitter

ভলুকা বাঁহৰ লগতে “আদাৰ বেপাৰী” প্ৰসংগত ৰাজ্যত বিশেষভাবে চৰ্চিত হোৱাৰ সময়তে নিজকে “আদাৰ বেপাৰী” বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

বৰপেটা আৱৰ্ত ভৱনত সোমবাৰে সন্ধিয়া আয়োজন কৰা এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কয় যে, নাক দীঘল থকা লোকে এতিয়াও হিমন্তৰ গাৰ পৰা কংগ্ৰেছৰ গোন্ধ পায় ৷

সুদীৰ্ঘ ২৩ বছৰ কাল কংগ্ৰেছত থাকি এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হিমন্তই কংগ্ৰেছ দলক বেয়া বুলি কোৱাটো স্বাৰ্থপৰৰ লক্ষণ বুলিও মন্তব্য কৰে হুছেইনে ৷

সংবাদমেলত ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও যথেষ্ট সৰৱ হোৱা দেখা যায়। সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাটো বিজেপি দলৰ এক বৃহৎ বিফলতা বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

ৰাজ্য চৰকাৰখনে অসম বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবেই সমাগত পঞ্চায়ত নিৰ্বাচনত অসমবাসীয়ে বিজেপি দলক আৰু ভোট নিদিয়ে বুলিও কয় হুছেইনে ৷ সংবাদমেলত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd