• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীতো আলফাৰ ধন সংগ্ৰহ অভিযান! দৃষ্টি ৰাজখোৱাৰ নামত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল যুৱক

মুকুট দাস by মুকুট দাস
November 6, 2018 5:13 pm
ULFA

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰা হানুন চাংমা।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ আলফাৰ সক্ৰিয়তা ভালেখিনি বৃদ্ধি পোৱাৰ মাজতে আজি গুৱাহাটীত আলফাৰ নামত ধন দাবী কৰা এজন যুৱক আৰক্ষীৰ জালত পৰে। গড়চুক আৰক্ষীয়ে লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম হানুন চাংমা আৰু ঘৰ গোৱালপাৰা জিলাৰ আগিয়াত। বয়স ২৮ বছৰ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যুৱকজনে আলফা (স্বাঃ)ৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ নামত গড়চুকৰ এজন ব্যৱসায়ীৰ পৰা ২ লাখ টকা দাবী কৰিছিল। ৪ নৱেম্বৰৰ দিনা ফোনযোগে এই ধন দাবী কৰিছিল যুৱকজনে। পিছত দৰদাম কৰি সেই পৰিমাণ ৫০ হাজাৰত ৰাজি হয় যুৱকজন।

Apply Now

গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰনাথ কলিতাৰ মতে, এই সন্দৰ্ভত ব্যৱসায়ীজনে ৪ নৱেম্বৰত গড়চুক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ পৰিকল্পনামতে, আজি যুৱকজনক ধন নিবলৈ মাতে ব্যৱসায়ীজনে। তেতিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে হান সঁচা আলফা নে মিছা আলফা সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই।

আৰক্ষীয়ে  যুৱকজনক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। আৰক্ষীৰ জেৰাত যুৱকজনে তেওঁৰ সৈতে থাপা উপাধিৰ আৰু এজন সহযোগী থকা বুলি স্বীকাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰাৰ অধীনত 629/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd