• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগন্তুক পঞ্চায়ত নির্বাচন সম্পৰ্কে বােকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত জৰুৰী সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 6, 2018 5:54 pm
Panchayat-570x320

প্ৰতিনিধিত্বমূলক ছবি

406
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক নির্বাচনী আয়োগে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

বোকাখাতৰ বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত পৌৰহিত্য কৰি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে পঞ্চায়ত নির্বাচন সম্বন্ধীয় আচৰণ বিধি আৰু ব্যয় সীমাৰ লগতে বিভিন্ন বিষয় সম্বন্ধে সবিস্তাৰে জনায়।

ইচ্ছুক প্রাৰ্থীসকলে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বােকাখাতৰ কাৰ্যালয়ত আৰু জিলা পৰিষদৰ সদস্য পদ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে বােকাখাত মহকুমাধিপতি কাৰ্যালয়ত মনােনয়ন পত্র দাখিল কৰিব পাৰিব বুলি মহকুমাধিপতি গৰাকীয়ে জনায় ।

তদুপৰি পঞ্চায়ত নির্বাচনৰ মনােনয়ন পত্র দাখিল সম্বন্ধীয় বিভিন্ন তথ্যৰ বাবে বােকাখাত মহকুমাধিপতি কাৰ্যালয় আৰু গােলাঘাট পশ্চিম উন্নয়ন খণ্ড, বােকাখাতৰ কাৰ্যালয়ত একোটাকৈ সহায়ক বেঞ্চ মুকলি কৰা হৈছে বুলিও মহকুমাধিপতি গৰাকীয়ে সদৰী কৰে।

আজিৰ সভাত বোকাখাতৰ ৰাজহচক্ৰ বিষয়া খনিন্দ্র দাস, সহকাৰী আয়ুক্ত শান্তনু গগৈ আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়াৰ লগতে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী আৰু স্থানীয় সাংবাদিকসকল উপস্থিত থাকে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd