• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজনৰ পিছত সিজনকৈ আলফালৈ গৈছে অসমীয়া যুৱক; ওদালগুৰিৰ তিনিজনৰ আলফা (স্বাঃ)ত যোগদান

চাজিদ খান by চাজিদ খান
November 7, 2018 2:42 pm
-Flag_of_United_Liberation_Front_of_Asom.svg_
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এক অশান্তিকৰ ৰাজনৈতিক বাতাবৰণ চলি থকাৰ সময়তে অসমৰ বহু যুৱকে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাঃ))ত যোগ দিয়া খবৰে অস্বস্তিত পেলাইছে আৰক্ষী প্ৰশাসনক। শেহতীয়াকৈ ওদালগুৰি জিলাৰ তিনিজন যুৱকে সংগঠনটোত যোগদানৰ বাবে যোৱা বুলি খবৰ পোৱা গৈছে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে ওদালগুৰি আৰক্ষীয়ে বহিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰেংগাবাৰী গাঁৱৰ পৰা বলেন ডেকা(৩৫) আৰু দিম্বেশ্বৰ ডেকা(৩২) নামৰ দুজন আলফা (স্বাঃ))ৰ সক্ৰিয় সদস্যক আটক কৰিছিল। আৰু আৰক্ষীৰ জেৰাৰ সময়ত তেওঁলোকে ওদালগুৰি জিলাৰ পৰা তিনিজন যুৱক আলফা (স্বাঃ))ত যোগদান কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে।

Apply Now

আটকাধীন বলেন ডেকা আৰু দিম্বেশ্বৰ ডেকাৰ সম্পূৰ্ণ সহযোগতে জিলাখনৰ এই তিনিজন যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলিও আৰক্ষীৰ জেৰাত সদস্য দুজনে প্ৰকাশ কৰে।

এই তথ্য পোহৰলৈ অহাৰ পাছতে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে আজি কিছুদিন পূৰ্বৰ পৰা নিৰুদ্দেশ হৈ থকা জিলাখনৰ সুশান্ত নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকা নামৰ তিনিজন যুৱকে উগ্ৰপন্থী সংগঠনটোত যোগদান কৰা বুলি আটকাধীন সদস্য দুজনে কৰা স্বীকাৰোক্তিৰ ভিত্তিতে আমি এই কথা সত্য বুলি সন্দেহ প্ৰকাশ কৰিছো।

আনহাতে জিলাখনৰ বহু যুৱকে কৰ্মৰ সন্ধানত ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যাম বুলি কৈ পৰিয়াল তথা বন্ধুৰ সৈতে কোনো সম্পৰ্ক স্থাপন নকৰি নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈ যোৱাৰো সন্দেহ ব্যক্ত কৰিছে জিলা আৰক্ষী প্ৰশাসনে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱক তথা ছাত্ৰ সংগঠনৰ নেতাই আলফা (স্বাঃ)ত যোগদান কৰা বিষয়টোৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এনেদৰে আলফা (স্বাঃ)ত যোগদান কৰা খবৰে সচেতন মহলৰ মাজত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd