• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰাছিৰ হৈ ফাটিলে গান্ধী মণ্ডপত এমাহ পূৰ্বে উত্তোলন কৰা দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2018 3:09 pm
torn-flag-1140x570
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশক লজ্জানত কৰি গুৱাহাটীৰ শৰণীয়া পাহাৰত থকা দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকাখন হঠাতে ছিৰাছিৰ হৈ পৰিছে। দীপাৱলী উদযাপনৰ দিনা তথা উত্তোলন কৰাৰ এমাহতেই কোনো যথাৰ্থ কাৰণ নথকাকৈ পতাকাখন খহি পৰা ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ এটা অংশ বুলি গৰ্ব কৰা এই ‘আইকনিক’ পতাকা স্তম্ভটোৰ এনে দশা হোৱাত অসম চৰকাৰ যথেষ্ট অস্বস্তিত পৰিছে। উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰায় ২.৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ তৃতীয় উচ্চতম পতাকা স্তম্ভটো ঠিয় কৰোৱা হৈছিল।  বুধবাৰে পুৱা এই স্তম্ভটোৰ ক্ষতিসাধন হোৱাটো দৰ্শকৰ চকুত ধৰা পৰিছিল। যি সকল লোক এই স্তম্ভটোৰ চোৱা-চিতাৰ দায়িত্বত আছে তেওঁলোকৰ চকুত এযা স্পষ্টভাৱে ধৰা পৰিছিল।
শৰণীয়া পাহাৰত ৩১৯.৫ ফুট ওখ আৰু ১২০×৮০ ফুট পৰিসৰৰ পতাকাসহ দেশখনৰ তৃতীয় উচ্চতম পতাকা স্তম্ভটো গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত টাটা কনছালটেন্সি ইঞ্জিনিয়াৰছ লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছিল।

Apply Now

ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা স্তম্ভটোৰ উচ্চতা হৈছে ৩৬০ ফুট আৰু ইয়াত সংলগ্ন পতাকাখনৰ পৰিসৰ হৈছে ১২০×৮০ ফুট। এই স্তম্ভটো ভাৰত-পাক সীমান্তৰ অমৃতসৰৰ আট্টাৰিত স্থাপন কৰা হৈছে।আনহাতে ২য় দীৰ্ঘতম পতাকা স্তম্ভটো মহাৰাষ্ট্ৰৰ কোলহাপুৰত স্থাপন কৰা হৈছে আৰু ইয়াৰ উচ্চতা হৈছে ৩০৩ ফুট।

শৰণীয়া পাহাৰত এই স্তম্ভটো নিৰ্মাণত পুনেৰ পৰা লৈ অহা উচ্চ ক্ষমতা সম্পন্ন তীখা ব্যৱহাৰ কৰা হৈছে। ২০১৮ৰ এপ্ৰিলত আৰম্ভ কৰা এই প্ৰকল্পটো প্ৰতিযোগিতামূলক নিবিদাৰ ভিত্তিত মেছাৰ্ছ বাজাজ ইলেক্ট্ৰিকেলছক এই কামৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু এই প্ৰকল্প নিৰ্মাণ আৰু এবছৰৰ চোৱা-চিতাৰ ব্যয় ধাৰ্য কৰা হৈছিল ২.৯২ কোটি টকা।

সৰ্বাধিক প্ৰতিৰোধী পলি-মেটেৰিয়েল ব্যৱহাৰ কৰি পতাকাখন প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য যে অধিক উচ্চতাত অতি বেগেৰে ব’লা ধুমুহাই আট্টাৰিৰ পতাকাখনক ৩বাৰ ক্ষতিসাধন কৰিছ্লি।

ৰাজ্য চৰকাৰে পতাকাখন অন্তত নমাই আনিবলৈ এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে স্থানীয় বাসিন্দাসকলে আশ্চৰ্য প্ৰকাশ কৰিছে। আনহাতে যোৱা বছৰ স্থাপন কৰা ৩০৩ ফুট উচ্চতাত থকা ভাৰতৰ ২য় উচ্চতম পতাকাখন এতিয়াও উৰি আছে।

তাৎপৰ্যপূৰ্ণভাৱে মঙলবাৰে নিশা কোনো ধুমুহা নহা সত্তেও পতাকাখন খহি পৰাটো অতি আচৰিত কথা। উল্লেথ্যে যে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মদিন উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালে দেশৰ প্ৰতি উৎসৰ্গ কৰা পতাকাখন উত্তোলনৰ এমাহতেই নষ্ট হোৱা দেখা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd