• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ : পুনৰ ১ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

মিণ্টু দাস by মিণ্টু দাস
November 8, 2018 6:47 pm
6890ca19-75bd-4674-8e8b-74b2ae311be2

নগাঁও আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ আগত বক্ৱ্য ৰাখিছে নিলোৎপলৰ পিতৃয়ে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কঁ‌পাই যোৱা কাৰ্বি আংলঙৰ ডকমকাৰ অভিজিত নাথ-নিলোৎপল দাস হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰত থকা অভিযুক্তসকলক আজি নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। নগাঁও আদালতে অহা ১ ডিচেম্বৰত পুনৰ শুনানিৰ তাৰিখ ঘোষণা কৰিছে। আদালতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি গোচৰীয়া পক্ষই আশা প্ৰকাশ কৰিছে।

আনহাতে, আদালতে ১৪ দিনৰ পিছত অৰ্থাৎ ২২ নৱেম্বৰত ‘167 criminal procedure এটা ডিমাণ্ড ডেট’ ধাৰ্য কৰিছে। অভিযুক্তসকলক আৰক্ষীয়ে ‘হাত কেৰেয়া’ লগাই আদালতত উপস্থিত কৰোৱাৰ বাবে অভিযুক্তপক্ষই আদালতত আবেদন কৰে।

Apply Now

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে গোচৰীয়া পক্ষ তথা অভি-নীলৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিযুক্ত পক্ষৰ হৈ জিয়াউৰ কামাৰে যুক্তি প্ৰদৰ্শন কৰে।

কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ডিফু কাৰাগাৰত থকা উক্ত হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১৮ ছেপ্টেম্বৰত নগাঁৱলৈ আনি সেইদিনাই প্ৰথম আদালতত হাজিৰ কৰাইছিল। আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্তসকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত ১০ অক্টোবৰত দ্বিতীয় বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে আজি ৮ নৱেম্বৰত শুনানিৰ তাৰিখ ধাৰ্য কৰিছিল।

উল্লেখ্য, অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃ-মাতৃয়ে ডিফুৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিলে অভিযুক্ত পক্ষৰ হেঁ‌চাত ভূক্তভোগীয়ে সঠিক ন্যায় পোৱাৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰি গোচৰটোৰ বিচাৰ নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ বাবে আবেদন জনাইছিল।

তদুপৰি ডিফুত গোচৰটোৰ সঠিকভাবে বিচাৰ হোৱাৰ ক্ষেত্ৰত শংকিত হৈ অভিজিৎ-নিলোৎপলৰ অভিভাৱকে গোচৰটো নগাঁও জিলাৰ আদালতলৈ স্থানান্তৰৰ দাবী উত্থাপন কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত গোচৰটো নগাঁও আদালতলৈ স্থানান্তৰ কৰা হয়।

আনহাতে, অভি-নীলৰ পিতৃ মাতৃৰ লগতে আজি আদালত চৌহদত উপস্থিত থকা লোকে হত্যাকাণ্ডটোৰ বিচাৰ খৰতকীয়া হোৱাৰ আশা প্ৰকাশ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd