• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ উজান বজাৰত বিবাহিত মহিলা আৰু যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2018 7:46 pm
WhatsApp Image 2018-11-08 at 15.13.07

উজান বজাৰত আত্মহত্যা কৰা ঝৰ্ণা চৌধুৰী বিষয়া আৰু বিশাল হাজৰিকা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ ঘন্টাৰ ভিতৰতে মহানগৰীৰ উজান বজাৰত সংঘটিত দুটাকৈ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে দুয়োটা ঘটনাৰ মাজত কিবা যোগসূত্ৰ আছে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

ঘটনাৰ বিবৰণী মতে, উজানবজাৰৰ ৰেইলৱে ক’লনিত কালি নিশা ঝৰ্ণা চৌধুৰী বিষয়া নামৰ এগৰাকী মহিলাই আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছত জি এম চি এইচত তেওঁৰ মৃত্যু ঘটে।

Apply Now

দুগৰাকী কন্যা সন্তানৰ মাতৃ মহিলাগৰাকী এগৰাকী টি ভি ধাৰাবাহিকৰ অভিনেত্ৰী আছিল। তেওঁৰ স্বামী ৰেইলৱেৰ এগৰাকী কৰ্মচাৰী।

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কলিতাই আমাক জানিবলৈ দিয়া মতে মহিলাগৰৰাকীয়ে কালি নিশা চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায়।পাছত পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও চিকিযসালয়তে তেওঁৰ মৃত্যু ঘটে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে মহিলাগৰাকীৰ আত্মহত্যাৰ খবৰ আজি পুৱাহে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে।

ইপিনে, আজি পুৱা উজানবজাৰৰ সতী ৰাধিকা উদ্যানত চিপ লোৱা অৱস্থাত বিশাল হাজৰিকা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

আন এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কালি নিশা ঝৰ্ণা চৌধুৰী বিষয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ সময়ত তেওঁৰ স্বামী ঘৰত নাছিল। পাছত বিশালেই তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল।

ইপিনে আজি বিশালৰো মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত বিষয়টোৱে এক ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে, দুয়োটা ঘটনাৰ মাজৰ সম্পৰ্কৰ বিষয়ে কোনো কথা অৱগত নহয় বুলি লতাশিল আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে দুয়োটা ঘটনাৰে কোনো আত্মহত্যাৰ টোকা বা তেনে কোনো তথ্যও লাভ কৰা নাই বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে দুয়োটা ঘটনাৰে পৃথকে পৃথকে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd