• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিৰাগত নেতাৰ আমদানি : ৰামবিলাস পাছোৱানক অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াব বিজেপিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2018 9:37 am
Ram-Vilas-Paswan-Food-Consumer-Affairs

রাম বিলাস পাছোবান। ফটো সৌজন্য : ৰাজ্যসভা টি ভি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা ৰাজ্যসভালৈ স্থানীয় নেতাৰ পৰিৱৰ্তে এগৰাকী আমদানিকৃত নেতাক পঠিওৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। জানিব পৰা মতে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পিৰ মুৰব্বী ৰামবিলাস পাছোৱানক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়াৰ চিন্তা কৰিছে।

আগন্তুক লোক সভাৰ নিৰ্বাচনত বিহাৰত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কিছুদিন পূৰ্বে দিল্লীত এল জে পি আৰু বিজেপি নেতৃত্বৰ মাজত অনুষ্ঠিত হোৱা এখন বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বই পাছোৱানক অসমৰ পৰা ৰাজ্য সভাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি নিয়াৰ ইংগিত প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে।

Apply Now

উল্লেখযোগ্য যে  অহা বছৰৰ এপ্ৰিল মাহত অসমৰ পৰা নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্যকালৰ অন্ত পৰিব। এই মুহূৰ্তত বিৰোধীৰ হাতত প্ৰৰ্থী জিকাব পৰা শক্তি নথকাৰ হেতুকে বিজেপিয়ে অনায়াসে নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সক্ষম হ’ব। সেয়েহে আঠবাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱা পাছোৱানক অসমৰ পৰা জয়ী কৰি নিয়াত বিজেপিৰ কোনো জটিলতা নাই।

বিহাৰৰ ৰাজনীতিত বিজেপিয়ে স্থিতি দৃঢ় কৰি তোলাৰ লক্ষ্যেৰে পাছোৱানৰ দলৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰখাৰ পক্ষে এৰা ধৰাৰ ৰাজনীতিত নামি পৰিছে। ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়েও ৰাজ্য সভালৈ নিৰ্বাচিত হৈ অহাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে, পাছোৱানক অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি নিয়াৰ চিন্তা-চৰ্চাৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত স্বাভাৱিকতে ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছে অসমৰ ৰাইজৰ বিৰোধিতাক উপেক্ষা কৰি বহিৰাগত নেতা সঞ্জয় সিঙক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি নিছিল। তদুপৰি, কংগ্ৰেছে ড০ মনমোহন সিঙক পাঁচবাৰকৈ অসমৰ পৰা ৰাজ্য সভালৈ জয়ী কৰাই নিছিল। বিজেপিয়েও সেই একে পথকে অনুসৰণ কৰি বাহিৰৰ নেতা এজনক আমদানি কৰি ৰাজ্য সভালৈ নিৰ্বাচিত কৰি নিব বিচাৰিছে। যদি সেয়া হয়, এসময়ত কংগ্ৰেছক সমালোচনা কৰা বিজেপিৰ বাবেও এক অস্বস্তিকৰ পৰিস্থিতিয়ে অপেক্ষা কৰি থকাৰ কথা সহজেই অনুমান কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd