• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ চনত ‘ৰাইজৰ কণ্ঠ’ হ’ব কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ

কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটোৱা হ'ব; ৰিজাৰ্ভ বেংকৰ পৰা টকা খুজিব লগীয়া কেতিয়াও হোৱা নাছিল : পি চিদাম্বৰম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2018 6:45 pm
Voice of People

কংগ্ৰেছে আজি বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰা 'ৰাইজৰ কণ্ঠ' শীৰ্ষক অনুষ্ঠানৰ দৃশ্যাংশ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিফলন ঘটিব ‘ৰাইজৰ কণ্ঠ’ৰ। আজি প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদম্বৰমৰ উপস্থিতিত বিষ্ণু নিৰ্মলা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘ৰাইজৰ কণ্ঠ’ শীৰ্ষক অনুষ্ঠানত দলটোৱে ৰাইজৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ লয়। দলটোৱে জানিবলৈ দিয়ে যে এই দিহা-পৰামৰ্শবোৰৰ ভিত্তিতে কংগ্ৰেছে নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব।

উল্লেখযোগ্য যে আজি ভালে সংখ্যক নাগৰিকে এই ‘ৰাইজৰ কণ্ঠ’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উপস্থিত থকা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদম্বৰমেও ভালে সংখ্যক দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। দল-সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন পৰামৰ্শ আগ বঢ়ায়। তাৰ ভিতৰত নগাওঁ কাগজ কল আৰু কাছাৰৰ কাগজ কলক পুনৰ জীয়াই তুলিবলৈ পৰামৰ্শ দিয়ে চিদাম্বৰমক। লগতে ৰাজহুৱা খণ্ডৰ অইল ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিব নালাগে বুলিও পৰামৰ্শ দিয়ে। আন কিছু সংখ্যকে পৰামৰ্শ দিয়ে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবৰ বাবে। ইয়াৰ ভিতৰত শিক্ষা-ঋণৰ সুতৰ হাৰ কমাবৰ বাবেও পৰামৰ্শ দিয়ে।

Apply Now

এইবোৰৰ উপৰি অসমৰ কৃষি খণ্ডৰ উন্নয়ন, কৃষিভূমি উদ্যোগতিক নিদিয়া, কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে খাদ্য ভঁৰাল নিৰ্মাণ, কৃষি সামগ্ৰীৰ নিলাম কেন্দ্ৰ স্থাপন আদি পৰামৰ্শ দিয়ে উপস্থিতসকলে।

আজিৰ এই ‘ৰাইজৰ কণ্ঠ’ অনুষ্ঠানত অসমৰ ট্ৰেড য়ুনিয়ন কংগ্ৰেছ, ক্ষুদ্ৰ ব্যৱসায়ী সন্থা, এম এইচ্ছ এম চিকে ধৰি ৪২টাকৈ সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটোৱা হ’ব : চিদম্বৰম

ইয়াৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদম্বৰমে আজি পুৱাৰ ভাগত ৰাজীৱ ভৱনত হোৱা এখন সংবাদমেলত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটাব। বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিৰ কঁকাল ভাঙিলে বুলিও তেওঁ অভিযোগ কৰে।

অসমলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত পূৰ্বৰ য়ু পি এ চৰকাৰৰ ৯০-১০ অনুপাতৰ পৰিৱৰ্তে হ্ৰাস কৰি ৭০-৩০ বা ৬০-৪০ অনুপাত কৰা কাৰ্য্যকো তেওঁ সমালোচনা কৰে। “ৰিজাৰ্ভ বেংকৰ পৰা টকা বিচাৰিব লগীয়া কোনো চৰকাৰৰ দিনতেই হোৱা নাছিল।” দেশৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাৰ প্ৰসংগত কয় চিদম্বৰমে। আনহাতে অহা ১৯ নৱেম্বৰত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছৰ বৈঠকত চৰকাৰে কেন্দ্ৰীয় বেংকটোক ১ লাখ কোটি টকা মুকলি কৰি দিবলৈ নিৰ্দেশ দিব বুলিও দাবী কৰে। “ইয়াতেই বিমুদ্ৰাকৰণৰ প্ৰকৃত স্বৰূপ বুজিব পাৰি”, কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd