• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জালনোট আৰু অস্ত্ৰ ব্যৱসায়ৰ বাংলাদেশী চক্ৰৰ সৈতে জড়িত সুবোধ বিশ্বাস : গ্ৰেপ্তাৰী পৰোৱানা কলকাতা আদালতৰ

সুবোধ বিশ্বাসৰ সহযোগী সুভাষ বিশ্বাক চিলাপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ এছ টি এফৰ দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2018 10:13 am
Subodh Bishwas

সুবোধ বিশ্বাস। সোঁফালৰ পৰা দ্বিতীয়জন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বসবাস কৰা সকলো বাঙালীকে নাগৰিকত্ব দিব লাগে বুলি দাবী তুলি হিংসাত্মক আন্দোলন কৰি পিছত কাৰাবাস খাটিব লগীয়া হোৱা সুবোধ বিশ্বাসৰ স্বৰূপ অধিক ভালকৈ উন্মোচিত হোৱাৰ পথত।

চিলাপথাৰ কাণ্ডৰে অসমীয়া মানুহৰ দৃষ্টিত খলনায়কত পৰিণত হোৱা নিখিল ভাৰত বাঙালী উদাস্তু সমন্বয় সমিতি (NBBUSS)ৰ নেতাজন জালনোট আৰু অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰা বাংলাদেশী চক্ৰ এটাৰ সৈতে জড়িত হৈ আছে বহু দিনৰ পৰাই। তেওঁৰ লগতে চিলাপথাৰ কাণ্ডৰ আন এজন সহযোগী সুভাষ বিশ্বাসো এই চক্ৰটোৰ সৈতে জড়িত হৈ আছে।

Apply Now

দুয়োজনৰ বিৰুদ্ধে ইতিমধ্যে কলকাতাত স্পেচিয়েল টাস্ক ফ’ৰ্চে ভাৰতীয় দণ্ডবিধিৰ মাৰণাস্ত্ৰ আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াৰ পদক্ষেপ হিচাপে ৯ নৱেম্বৰত কলকাতাৰ এছ টি এফৰ এটা দল আহি ধেমাজিৰ চিলাপথাৰৰ ঘৰৰ পৰা সুবোধ বিশ্বাসৰ সহযোগী সুভাষ বিশ্বাসক গ্ৰেপ্তাৰ কৰি কলকাতালৈ লৈ যায়।

ইফালে চিলাপথাৰ কাণ্ডৰ গোচৰত বৰ্তমান জামিন লৈ কাণপুৰত থকা সুবোধ বিশ্বাসকো আজি-কাইলৈৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত অবৈধ মাৰণাস্ত্ৰ ৰখা, জালনোটৰ ব্যৱসায় কৰাৰ অপৰাধত অলিন শ্বাহ নামৰ এজন লোকক কলকাতাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক বাংলাদেশৰ নাগৰিক বুলি জানিব পাৰি পিছত বিদেশী আইনৰ অধীনতো গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীৰ জেৰাত তেওঁ জালনোট আৰু অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে। ইয়াৰ উপৰি ধনৰ বিনিময়ত বাংলাদেশৰ নাগৰিকক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰি দিয়ে বুলিও স্বীকাৰ কৰে। ইফালে অলিন শ্বাহে তেওঁৰ অবৈধ অস্ত্ৰ সৰবৰাহ আৰু জালনোটৰ ব্যৱসায়ত সুবোধ বিশ্বাস আৰু সুভাষ বিশ্বাসৰ সহযোগ থকাৰ কথা স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিত্তিতে কলকাতাৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে দুই বিশ্বাসৰ বিৰুদ্ধে কলকাতাত গোচৰ ৰুজু কৰে।

মন কৰিব লগীয়া যে সুবোধ বিশ্বাসে দীৰ্ঘদিনৰ পৰা সমগ্ৰ ভাৰতৰ বিভিন্ন ঠাইত থকা হিন্দু বাংলাদেশীসকলক ভাৰতত নিঃচৰ্ত নাগৰিকত্ব প্ৰদানৰ বাবে কাম কৰি আহিছে। বিজেপি আৰ এছ এছৰ বহু ডাঙৰ নেতাৰ সৈতে সুসম্পৰ্ক আছে সুবোধ বিশ্বাসৰ। অসমত চিলাপথাৰ কাণ্ডৰ আগলৈকে নিখিল ভাৰত বাঙালী উদাস্তু সমন্বয় সমিতি (NBBUSS) নামৰ সংগঠনটোৰ জৰিয়তে হিন্দু বাংলাদেশীৰ হৈ নীৰৱে কাম কৰি আছিল সুবোধ বিশ্বাসে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমৰ একাংশ বাঙালী সংগঠনৰ মাজত সুবোধ বিশ্বাসৰ বিশেষ আদৰ আছে আৰু তেওঁ যোৱা ছেপ্তেম্বৰত কাৰাগাৰৰ পৰা ওলাওঁতে অসমৰ বহুকেইটা বাঙালী সংগঠনে বীৰৰ দৰে সন্মান জনাই আদৰিছিল। আনহাতে যোৱা মাহত আদালতৰ অনুমতি সাপেক্ষে কাণপুৰলৈ যোৱাৰ পথতো কলকাতা বিমান বন্দৰত তেওঁক সা-সন্মানে আদৰিছিল কিছু সংখ্যক বাঙালী সংগঠনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm
খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

June 29, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd