• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ননৈত পথ দুৰ্ঘটনাত নিহত শিক্ষক : আন তিনিজন আহত

মিণ্টু দাস by মিণ্টু দাস
November 10, 2018 6:17 pm
4bfdaf64-bae9-403f-a500-2bf576b70faa

দুর্ঘটনাত নিহত হোবা শিক্ষক অপূৰ্ব শইকীয়া। ফাইল ফটো

397
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ঘুৰঘুৰি দলঙৰ ওচৰত আজি দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজন অপূৰ্ব শইকীয়া (৪৯) বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, ননৈ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শইকীয়াই স্কুল ছুটিৰ পাছত নিজৰ এ এছ ০২ কে ৩০০৯ পালচাৰ বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰি দলঙৰ ওচৰত একে দিশৰ পৰা গৈ থকা এ এছ ০২ এচি- ৪৮৩২ নম্বৰৰ ট্ৰেম্পুখনে পিছফালৰ পৰা খুন্দা মৰাত শইকীয়া গুৰুতৰভাৱে আহত হয়।

আহত শইকীয়াক ততাতয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নিয়াৰ পথতেই জাগীৰোডৰ ওচৰত শইকীয়াৰ মৃত্যু হয়। কঠিয়াতলী জুমুৰমুৰ নিৱাসী শইকীয়াৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র, কন্যাসহ বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে।

আনহাতে, দুৰ্ঘটনাটোত ট্ৰেম্পু চালকজনৰ লগতে আন দুজন যাত্রীও আহত হয়। সম্প্ৰতি চালক মিছবাহাৰুল চিকিৎসাধীন হৈ আছে। স্থানীয় সূত্রই জনোৱা মতে, ট্ৰেম্পু চালক বাহাৰুল সুৰামত্ত অৱস্থাত থকাৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হয়।

ইপিনে,শইকীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি নিজ গৃহলৈ নিয়াৰ পথত ননৈ মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd