• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীতে সোৱাদ লওক ভাৰতৰ লগতে পাকিস্তানৰো পঞ্জাৱী ব্যঞ্জনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 6:50 pm
Undivided Punjab food festival at Rang De Basanti Urban Dhaba (2)

আৰম্ভ অবিভক্ত পঞ্জাৱ খাদ্য উৎসৱ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ জনপ্ৰিয় উত্তৰ ভাৰতীয় ৰেস্তোঁৰা ৰং দে বসন্তী আৰবান ধাবাই ১৩ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে বিশেষ আনডিভাইডেড পঞ্জাৱ ফুড ফেষ্টিভেল। আমিষ আৰু নিৰামিষ দুয়োটা বিকল্পতে উপলব্ধ, জনপ্ৰিয় ৰেস্তোঁৰাখনে এই উৎসৱৰ বাবে আগবঢ়াইছে অবিভক্ত পঞ্জাৱৰ বিভিন্ন খাদ্য সম্ভাৰ।

মঙলবাৰে এই উৎসৱ ঘোষণা কৰি, তপন সিনহা, চি অ’ অ’, জিং ৰেস্তোঁৰা প্ৰাইভেট লিমিটেড-এ কয়, “পঞ্জাৱী খাদ্যসম্ভাৰ হৈছে ভাৰতৰ অন্যতম সৰ্বাধিক জনপ্ৰিয় খাদ্যসম্ভাৰ, যি আহিছে আংশিকভাৱে ভাৰত আৰু পাকিস্তানত অৱস্থিত পঞ্জাৱৰ পৰা। ই আগবঢ়াই আহিছে বিশাল বৈচিত্ৰ্যময় মনোৰম তথা অপূৰ্ব আমিষ তথা নিৰামিষ ডিশ্ব আৰু পৰম্পৰাগত জুহালত এইসমূহ প্ৰস্তুত কৰা হয়। অভিজাত তথা মাখনৰ সুগন্ধিৰে আমিষ আৰু নিৰামিষ সম্ভাৰত উপলব্ধতাৰ বাবেও ই জনাজাত। ৰং দে বাসন্তী আৰবান ধাবাৰ হৈ আমি পৰম্পৰাগত পঞ্জাৱৰ পথৰ পৰা আনিছোঁ তিনিটা অতি বৈচিত্ৰ্যময় ষ্টাইল, নিশ্চিতভাৱে যিয়ে আপোনাক আৰু অধিক বিচাৰিবলৈ বাধ্য কৰিবই।”

Apply Now

ধাবাখনৰ আনডিভাইডেড পঞ্জাৱ ফুড ফেষ্টিভেলত আপুনি উপভোগ কৰিব পাৰিব লাহোৰৰ আনাৰকলি মাৰ্কেটৰ অভিজ্ঞতা আৰু ইয়াৰ ‘টকাটক’ ৰন্ধন প্ৰণালী। মেনুত অন্তৰ্ভুক্ত কৰা হৈছে মিক্স বটি টকাটক, পটা কালেজি টকাটক আৰু মিক্সড ছুবজ টকাটক।

সমান্তৰালভাৱে এই ফেষ্টিভেলে লৈ আনিছে চিকেন টিক্কা কাৰাহী আৰু পনীৰ টিক্কা কাৰাহীৰ সৈতে পেছোৱাৰৰ অদ্বিতীয় চাৰছি কাৰাহী।

অঞ্চলটোৰ খাদ্যৰসিকৰ বাবে ধাবাখনে লৈ আহিছে মহাৰাজ ৰঞ্জিত সিঙৰ আখলৰ এবিধ বিশেষ ব্যঞ্জন। মহাৰাজৰ ৰন্ধনশালত শ্বেফ বেলিৰামে সৃষ্টি কৰিছিল এই বিশেষ সুস্বাদু ব্যঞ্জন, যাৰ নাম দিয়া হৈছে ‘গোষ্ট বেলিৰাম’। এই ডিশ্ব খাব পাৰিব কাশ্মিৰী ৰুটীৰ সৈতে।

সীমিত সময়ৰ বাবে গুৱাহাটীৰ ৰং দে বসন্তী আৰবান ধাবাত আয়োজিত আনডিভাইডেড পাঞ্জাৱ ফুড ফেষ্টিভেল হৈছে খাদ্যৰসিকসকলৰ বাবে সুস্বাদু পঞ্জাৱী ব্যঞ্জনৰ জুটি লোৱাৰ বাবে এক সুযোগ। এইসমূহ খাদ্যসম্ভাৰ পূৰ্বে কেতিয়াও মহানগৰখনত উপলব্ধ নাছিল।

ৰং দে বাসন্তী আৰবান ধাবা পৰম্পৰাগত ধাবাৰ আধুনিক ৰূপ। ইয়াৰ পাকঘৰসমূহ আধুনিক আৰু স্বাস্থ্যকৰ। ই এতিয়াও একান্তই আপোন ধাবা, কিন্তু ৰূপত নতুন।

ইয়াৰ ভিতৰত আছে পূৰ্ণ আকৃতিৰ এখন ট্ৰেক্টৰ, টায়াৰেৰে নিৰ্মাণ কৰা টেবুল,বাল্টিৰ আকৃতিৰ লাইট শ্বে’ড।

ঠিকনা: প্ৰথম মহলা, বাসুদেৱ কমাৰ্চিয়েল কমপ্লেক্স, খ্ৰীষ্টানবস্তি, গুৱাহাটী

ফোন নম্বৰ: 7637001125 / 7637001126

বিশেষত্ব: ধাবাৰ খাদ্য, উত্তৰ ভাৰতীয় খাদ্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd