• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেতনা ঘূৰিছে লাহে লাহে; নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শাসক পক্ষৰ আৰু দুজন বিধায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 10:49 am
citizenship-amendment-bill

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত আৰু অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে দল-চৰকাৰৰ ভিতৰত অকলেই দৃঢ়তাৰে থিয় দি থকা বিজেপিৰ বিধায়ক অতুল বৰা এতিয়া আৰু অকলশৰীয়া নহয়। শেহতীয়াকৈ আন দুজন শাসকপক্ষৰ বিধায়কে তেওঁৰ সৈতে যোগ দিছে এই বিৰোধিতাত। চৰকাৰী পক্ষৰ বিধায়কৰ এই মানসিক পৰিৱৰ্তনে আশাৰ ৰেঙনি আনিছে বিধেয়কখনৰ বিৰোধিতাত সংগ্ৰাম অব্যাহত ৰখা দল-সংগঠনলৈ।

উল্লেখযোগ্য যে বিধেয়কখনৰ বিৰোধিতাত জনপ্ৰতিনিধিৰ সমৰ্থন বিচাৰি প্ৰতিজন বিধায়ক-মন্ত্ৰীক ব্যক্তিগতভাৱে লগ কৰাৰ কাৰ্য্যসূচী চলাই আছে সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে।

Apply Now

এই কাৰ্য্যসূচীৰ অংশস্বৰূপে ১৪ নৱেম্বৰত আছুৰ কামৰূপ জিলাৰ প্ৰতিনিধিয়ে পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাক সাক্ষাৎ কৰে। সাক্ষাৎকালত বিধায়কজনে বিধেয়কখনৰ বিৰুদ্ধে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিনিধিসকলক।

“অসমৰ খিলঞ্জীয়া জনতাৰ অপকাৰ হ’ব পৰা কোনো পদক্ষেপত কেতিয়াও সহযোগ নকৰো।” আছুৰ প্ৰতিনিধিকেইজনৰ আগত এইদৰে কয় বিধায়কজনে।

আনহাতে, ১৪ নৱেম্বৰতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰ সমষ্টিৰ অগপৰ বিধায়ক বৃন্দাবন গোস্বামীক সাক্ষাৎ কৰে। আছুৰ প্ৰতিনিধিকেইজনৰ আগত গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক স্পষ্ট ভাষাৰে জাতিধ্বংসী বিধেয়ক আখ্যা দিয়ে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক এখন জাতিধ্বংসী বিধেয়ক। এই বিধেয়ক অসমবাসীৰ আৱেগ-অনুভূতিৰ পৰিপন্থী। এনে এখন বিধেয়কৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো।” এইদৰে কয় গোস্বামীয়ে।

তেওঁ আছুৰ এই আন্দোলনলৈ পূৰ্ণ সমৰ্থন থকা বুলিও কয়। বিধেয়কখনৰ বিৰুদ্ধে জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো অসমীয়াই মাৰবান্ধি থিয় দিব লাগে বুলিও মতপোষণ কৰে গোস্বামীয়ে।

মন কৰিব লগীয়া যে চৰকাৰৰ অংশীদাৰ অগপ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও প্ৰধান দল বিজেপিয়ে বিধেয়কখনৰ সমৰ্থন কৰি আহিছে। কিন্তু দলটোৰ দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই দলৰ বিপৰীতে গৈ বিধেয়কখনৰ বিৰুদ্ধে অনমনীয় স্থিতি প্ৰকাশ কৰি আহিছে। আনহাতে দলটোৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও বিধেয়কখনৰ বিৰোধিতাত ছেগা-চোৰোকাকৈ মাত দি আহিছে। কিন্তু শেহতীয়াকৈ এই দুই কণ্ঠত যোগ হ’ল দলটোৰ আন এজন বিধায়ক প্ৰণৱ কলিতাৰ ৰূপত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd