• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 লাহে লাহে উন্মোচিত হৈছে অগপৰ ‘মিত্ৰতা নকৰাৰ সংকল্প’ৰ স্বৰূপ!! প্ৰাৰ্থী নিদিয়ে অশোক সিংঘালৰ সমষ্টি ঢেকীয়াজুলিত

নেতৃত্বৰ আত্মসমৰ্পণত ক্ষুব্ধ কৰ্মী-সমৰ্থকে আজি দলত্যাগ কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 11:54 am
atul bora

অতুল বৰা। ছবি- ইণ্টাৰনেটৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপই অসমৰ জনগণৰ চকুত অকলশৰীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখুৱাবলৈ গৈ যি ‘মিত্ৰতা নকৰাৰ সংকল্প’ৰ কথা কৈছিল সি যে এটা বৃহৎ ফাঁকি সেয়া লাহে লাহে উন্মোচিত হ’বলৈ ধৰিছে। দলটোৱে বিভিন্ন জিলাত কৌশলেৰে বিজেপিৰ সৈতে ভিতৰুৱা বুজাবুজি কৰা বুলি অভিযোগ আনিছে খোদ দলীয় কৰ্মীয়েই। আনকি বহু ঠাইত দলটোৱে প্ৰাৰ্থী দিয়াৰ পৰাই বিৰত হৈ আছে।

ঢেকীয়াজুলিত দলৰ এনেকুৱা দুমুখীয়া স্থিতি ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু তাৰ বাবে আঞ্চলিক দলটোৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী আৰু সমৰ্থকসকল হতাশ আৰু ক্ষুব্ধ হৈ পৰিছে।

আমাৰ হাতত পৰা খবৰ মতে, সমষ্টিটোৰ বহু সংখ্যক অগপ কৰ্মীয়ে আজি সমূহীয়াকৈ দলত্যাগ কৰাৰ সম্ভাৱনা আছে। দলটোৱে বিধানসভা সমষ্টিটোৰ অন্তৰ্গত এখনো জিলা পৰিষদ আৰু গাওঁ পঞ্চায়তত নিজা প্ৰাৰ্থী নিদিয়ে বুলি খবৰ পোৱাৰ পিছতে কৰ্মীসকল ক্ষুভিত হৈ পৰে আৰু আলোচনা কৰি এই সিদ্ধান্তত উপনীত হয়।

মন কৰিব লগীয়া যে বিগত বিধানসভা নিৰ্বাচনতো সমষ্টিটো বিজেপিক এৰি দিছিল দলীয় নেতৃত্বই আৰু তেতিয়াও ইয়াৰ বিৰোধিতা কৰিছিল তৃণমূলৰ কৰ্মীয়ে। অৱশ্যে, অগপৰ তৃণমূল কৰ্মীৰ বিৰোধিতা সত্ত্বেও অগপৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদত অশোক সিংঘাল নামৰ অনা-অসমীয়া প্ৰাৰ্থীজনক জিকাই আনিবলৈ সক্ষম হৈছিল বিজেপি।

কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তলৈকে দলটোৰ কৰ্মীসকলে তেওঁলোকৰ নিজা প্ৰাৰ্থী পাম বুলি ভাবি আছিল। দলীয় নেতৃত্বৰ বিজেপিৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্তই উৎসাহিত কৰিছিল তৃণমূলৰ নেতা-কৰ্মীক। কিন্তু শেষমুহূৰ্তত বিল্ডাৰ, ঠিকাদাৰ বিধায়ক অশোক সিংঘালৰ ওচৰত অগপৰ নেতৃত্বই নতশিৰ কৰা বুলি অভিযোগ আনিছে তৃণমূল কৰ্মী আৰু সমৰ্থকসকলে। তেওঁলোকে ইয়াক নিৰ্লজ্জ আত্মসমৰ্পণ আখ্যা দিছে।

কেৱল ঢেকীয়াজুলিতেই নহয়, আন বহুকেইখন জিলা আৰু বিধানসভা সমষ্টিত অগপই ভিতৰুৱা বুজাবুজি ইতিমধ্যে নিশ্চিত কৰা বুলি খবৰ পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত  ১১ জন নিহত

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত ১১ জন নিহত

September 3, 2025 10:58 am
চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

September 3, 2025 10:08 am
বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত  ১১ জন নিহত

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত ১১ জন নিহত

September 3, 2025 10:58 am
চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

September 3, 2025 10:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd