• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাকুমত ৮ লাখ টকা মূল্যৰ ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ ৩জন

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
November 14, 2018 9:50 pm
brown-sugar-seized-674x430
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ মাকুম আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে চিআৰপিএফৰ ৬৮ বেটেলিয়নৰ সহযোগত প্ৰায় ৯০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হোওৱাটোত এটা বিৰাট সাফল্য হিচাপে বিৱেচিত হৈছে। উক্ত ব্ৰাউন ছুগাৰখিনি লৈ অহা ৩জন ড্ৰাগ সৰবৰাহকাৰী (এওঁলোকৰ এগৰাকী ডীলাৰ) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি যুটীয়া তালাচী দলটোৱে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগবৈ-মাকুম পথত তিনিচুকীয়া বাইপাছৰ ওচৰত এই সন্দেহজনক ব্ৰাউন ছুগাৰখিনি কঢ়িয়াই নিয়া এখন এল্টো গাড়ীসহ ৩জন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইজন হৈছে বৰদুমছা মিহলি ঋতু গাঁৱৰ লখি নেওগ, অৰুণাচলৰ মিয়াওৰ টম্বা আলী তেওঁলোকৰ মহিলা সহযোগী বৰদুমছাৰ শ্ৰীমতী দীপ্তি বৰা। জব্দ কৰা ড্ৰাগখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।

Apply Now

সূত্ৰটোৱে জনাইছে যে এই নিষিদ্ধ ড্ৰাগখিনি নিয়মীয়া গ্ৰাহকৰ ওচৰত বিক্ৰি কৰাৰ বাবে লৈ যোৱা হৈছিল। আৰক্ষী সূত্ৰটোৱে আৰু জনাইছে যে ডিব্ৰুগড়ৰ পৰা নিষিদ্ধ ড্ৰাগৰ এটা বিৰাট ছালান আহি কিছু দিনৰ পূৰ্বে ডিগবৈ, বৰদুমছা, জাগুন, কৰছিং আৰিউ মিয়াওৰ সীমান্ত এলেকাত প্ৰৱেশ কৰোৱা হৈছে।

ইতিমধ্যে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই মাকুম আৰক্ষীৰ এই সফলতাৰ ভূয়সী প্ৰশংসা কৰে আৰু কয় যে ৰাইজ আৰু ড্ৰাগ বিৰোধী সংস্থাসমূহৰ অকুণ্ঠ সহযোগিতাতহে ড্ৰাগছৰ বিপক্ষে চলা যুদ্ধখনত সফলতা অৰ্জন কৰিব পৰা যাব।

মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াই জনাইছে যে এনডিপিএছ আইনৰ ২১(গ) ধাৰা অনুসৰি মাকুম থানাত এটা গোচৰ (২৪৭/১৮) পঞ্জীয়ন কৰা হৈছে। প্ৰতিৱেদন লিখাৰ সময়ত এই সম্পৰ্কে এটা অনুসন্ধান আৰম্ভ কৰা হৈছে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd