• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰি আছুৰ বাৰ্ষিক সাধাৰণ সভা; ৩১ জনীয়া সদস্যৰে নতুন সমিতি গঠন

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
November 15, 2018 7:33 am
Samaguri AASU
334
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিত বুধবাৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ চামগুৰি আঞ্চলিক সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাতে ৩১ জনীয়া সদস্যৰে নতুনকৈ আঞ্চলিক সমিতিখন গঠন কৰা হয়।

জানিব পৰা মতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ দুপৰীয়া ১ বজাত অনুষ্ঠিত মুকলি সভাত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি মানস জ্যোতি বৰাই ব্যক্তিগত কাৰণত সভাপতি পদৰ পৰা অব্যাহতি লয়।

ইয়াৰ ফলত পুৰণা সমিতিখন ভঙ্গ হৈ পৰাত পিছত বিয়লি ৩ বজাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ৩১ জনীয়া সদস্যৰে নতুনকৈ চামগুৰি আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নতুন সমিতিখনৰ পৰা অপৰূপ শইকীয়া আৰু সঞ্জীৱ দেক জিলা কাৰ্যনিৰ্বাহকলৈ মনোনীত হোৱাৰ লগতে ভাস্কৰ জ্যোতি বৰাক চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সভাপতি আৰু জ্যোতিষ্মান বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় বুলি জানিব পৰা গৈছে।

কালিৰ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰন্তু শৰ্মা, নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সম্পাদক মুন্না শৰ্মাৰ লগতে ছাত্ৰ সন্থাৰ বহু কেইজন নেতা-কৰ্মী উপস্থিত আছিল।

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd