• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত শিশু দিৱস উদযাপন

মিণ্টু দাস by মিণ্টু দাস
November 15, 2018 8:11 am
childrens' day celebration at Nagaon
477
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো বুধবাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহৰে শিশু দিৱস উদযাপন কৰে।

জিলাখনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক লোকনাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত শিশু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অথিতি হিচাপে অংশগ্ৰহণ কৰে প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নিত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ মুখ্য কাৰ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ছাফাই অভিযান আৰু গছপুলি ৰোপনৰ লগতে শিশুসকলৰ মাজত ছবি অঁ‌কা, সাধুকোৱা, গীত-নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ উপৰি নগাঁও জিলা সাহিত্য সভাৰ কুঁ‌হি উপ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কমলাদেৱী টোডী ভৱনত শিশু দিৱস উদযাপন কৰা হয়। জিলা উপ সভাপতি নিত্যানন্দ বৰাই পণ্ডিত নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শিশু দিৱসৰ অনুষ্ঠানটোত শিশুসকলৰ মাজত ভুপেন্দ্ৰ সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন হয়।

আনহাতে, নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ দিলীপ বৰাই পণ্ডিত নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শিশু দিৱসৰ সাংস্কৃতিক কার্যসূচীত বিশিষ্ট কণ্ঠশিল্পী বিমান বৰুৱাই অংশগ্ৰহণ কৰে।

Recent News

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd