• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰুদ্ধে গোজৰণি, এনডিএফবি-ত যোগদানৰ মুকলি আহ্বান বড়ো বিদ্ৰোহী নেতাৰ

এই বিধেয়ক গৃহীত হ’লে নিজৰ পূৰ্ব পুৰুষৰ ভূমিতে জীয়াই থকা আমাৰ বাবে কঠিন হ’ব: বি চাওৰাগৌৰা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 15, 2018 6:29 pm
ndfb

অজ্ঞাত স্থানত বড়োলেণ্ড আৰ্মিৰ প্ৰতিষ্ঠা দিৱসত এন দি এফ বিৰ আলোচনা বিৰোধী নেতা চাওৰাগৌৰা। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুন প্ৰাণ’ দিয়া বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই মন্তব্য কৰাৰ পৰতে বিধেয়কৰ বিৰুদ্ধে গুজৰি উঠি বড়ো যুৱক-যুৱতীক এন ডি এফ বি-ত যোগদানৰ আহ্বান জনাইছে আলোচনা বিৰোধী বিদ্ৰোহী নেতা চাওৰাগৌৰাই।

“আমি এন দি এফ বি-এ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছো। বড়োকে ধৰি সকলো খিলঞ্জীয়া জনজাতি আৰু অসমৰ ৰাইজক আমি নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছো। বড়ো ৰাইজক বচোৱাৰ স্বাৰ্থত আৰু আমাৰ জন্মস্বত্ব অধিকাৰসমূহ ৰক্ষাৰ বাবে প্ৰত্যেক বড়ো পৰিয়ালৰ এজনকৈ যুৱক-যুৱতীয়ে এন দি এফ বি-ত যোগ দিয়ক,” এই আহ্বান আলোচনা বিৰোধী বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষ বি চাওৰাগৌৰাৰ।

অসমৰ খিলঞ্জীয়াই সৰ্বাত্মক বিৰোধ কৰা, বিজেপি-চৰকাৰ উত্থাপিত এই বিধেয়ক গৃহীত হ’লে ‘নিজৰ পূৰ্ব পুৰুষৰ ভূমিতে জীৱন নিৰ্বাহ কৰা আমাৰ বাবে কঠিন হ’ব’ বুলিও মন্তব্য কৰিছে চাওৰাগৌৰাই।

তেওঁ লগতে কয় ভূমিপুত্ৰ খিলঞ্জীয়াসকল নিজৰ ভূমিত শান্তিত থাকিব খোজে। “আমাৰ নিজস্ব পৰিচয়, ভাষা আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে আৰু আমি আমাৰ মাজতে সিবোৰক সুৰক্ষিত কৰিব খোজো, সেয়ে আমি ভাৰতীয় সম্প্ৰদায়ৰ পৃথক অংশ,” চাওৰাগৌৰাৰ মন্তব্য।

ভাৰতৰ বাহিৰৰ কোনো অজ্ঞাত স্থানত বড়োলেণ্ড আৰ্মিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত বুধবাৰে এই আহ্বান জনাইছে বিদ্ৰোহী নেতাজনে। অনুষ্ঠানটোত এন দি এফ বি-ত যোগ দিয়া নতুন সদস্যসকলকো সংগঠনলৈ আদৰণি জনাই চাওৰাগৌৰাই।

১৯৮৯ চনৰ ১৪ নৱেম্বৰত বড়োলেণ্ড আৰ্মিৰ প্ৰথমটো গোটে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। ভাৰতৰ ‘দখল’ৰ পৰা বড়োভূমিক মুক্ত কৰাৰ সংকল্পৰে সেই বছৰৰে ২৬ অক্তোবৰত এন দি এফ বিৰ প্ৰথমটো গোটে সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd