• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনন্দদায়ক মেকঅ’ভাৰেৰে বাৰ্বিকিউ নেশ্যনে নতুনকৈ মুকলি কৰিলে গুৱাহাটীৰ ৰেষ্টোৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 8:43 pm
WhatsApp Image 2018-11-16 at 8.31.28 PM
282
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ লাচিত নগৰস্থিত বাৰ্বিকিউ নেশ্যন ৰেষ্টোৰাঁখন ব্ৰেণ্ড নিউ ল’গ আৰু সজ্জাৰ থিমেৰে নতুন ৰূপ লৈছে। ভলিউম ২.১ৰে নতুনকৈ সজাই তোলা এই খাদ্য বিপণি লাভ কৰিছে নতুন ৰূপ, নতুন খাদ্যসম্ভাৰ ছিগনেশ্বাৰ ডিশ্ব আৰু সামগ্ৰিকভাৱে ডাইনিং এক্সপেৰিয়েন্সৰ উত্তৰণ।

১৬ নৱেম্বৰ শুকুৰবাৰে ৰোষ্টোৰাঁখনৰ এই নতুন ল’গ আৰু থিম মুকলি কৰে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোত নিজৰ মন্তব্য এইদৰে প্ৰকাশ কৰি কয়, ‘বাৰ্বিকিউ নেচন মোৰ বহুত প্ৰিয়। এই ৰেষ্টোৰাঁখনৰ গুৱাহাটীত আৰম্ভণি কৰা অনুষ্ঠানতো মই উপস্থিত আছিলো। মই আশা কৰো গুৱাহাটীৰ খাদ্যৰসিকক এই নতুন ৰূপটোৱে অধিক অনুপ্ৰাণিত কৰিব’।

বাৰ্বিকিউ নেশ্যনৰ নতুন ল’গৰ বগা আৰু কমলা ৰঙৰ স্কীমৰ সৈতে ব্ৰেণ্ডৰ সৈতে ওপৰত আছে এটা মুকুট। ইয়াৰ উপৰিও আভ্যন্তৰিণ কালাৰ স্কীমৰ পৰিবৰ্তন, বহাৰ নতুন ব্যৱস্থা, আনন্দময় নতুন পৰিবেশ, ষ্টাফৰ নতুন ইউনিফৰ্ম, এটা অ’পেন কিচ্ছেন, নতুন ৱাল ডেকৰ, সংগীত আৰু আন বহুতো আছে যিয়ে খাদ্য ৰসিকক অধিক যোগাত্মক পৰিবেশ আৰু অনুভূতি প্ৰদান কৰিব।

উল্লেখ্য যে, বাৰ্বিকিউ নেশ্যন, জ্বলন্ত অন দ্যা টেবুল গ্ৰীলৰ ধাৰণাৰ সৈতে ডি আই ৱাই খাদ্য সম্ভাৰৰ পথদ্ৰষ্টা, যি ভাৰতৰ আটাইটকৈ বৃহৎ কেজুৱেল ডাইনিং ব্ৰেণ্ড। ইয়াত আমিষ আৰু মিৰামিষ উভয়তে আগবঢ়োৱা হয় ইট-অল-ইউ-কেন বুফে।

আজি ৰেষ্টোৰাঁখনৰ নতুন মেকঅ’ভাৰ মুকলি অনুষ্ঠানত বাৰ্বিকিউ নেশ্যন হস্পিটেলিটি লিমিটেডৰ ইষ্ট ইণ্ডিয়াৰ আঞ্চলিক প্ৰৱন্ধক সুমন মুখাৰ্জীও উপস্থিত থাকে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd