• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধুনিক প্ৰযুক্তিবিদ্যাই সাংবাদিকতাৰ ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন আনিছে: নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগু

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 6:40 am
press day nagaon.photo

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত শুকুৰবাৰে নগাঁৱত উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভাষণ দিছে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সাম্প্ৰতিক সময় আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ যুগ। এই যুগৰ লগত খোজ মিলাই আমি প্ৰতিজন নাগৰিকে নিজৰ নিজৰ কৰ্ম ক্ষেত্ৰত অগ্ৰসৰ হ’ব লাগিব।‘’ এই মন্তব্য নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

শুকুৰবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও প্ৰেছ ক্লাৱ আৰু জিলা তথ্য-জনসংযোগ বিভাগৰ ব্যৱস্থাপনাত নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

Apply Now

উপায়ুক্তগৰাকীয়ে কয় যে আধুনিক প্ৰযুক্তিবিদ্যাই সাংবাদিকতাৰ ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনক আনি যোগাত্মক দৃষ্টিভংগীৰে চাব লাগিব। তেতিয়াহে সংবাদ ক্ষেত্ৰখনে সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব। ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কল্যাণৰ হকে গ্ৰহণ কৰা বিভিন্ন আঁ‌চনি সম্পৰ্কে উল্লেখ কৰে।

নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ‘সাংবাদিকতাত নৈতিকতাঃ ডিজিটেল মাধ্যমত ইয়াৰ প্ৰত্যাহ্বান’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি সাংবাদিকসকলৰ সমস্যা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

প্ৰসংগক্ৰমে তেওঁ আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ তুলনাতকৈ অতি সহজে আমি সকলো বিষয় অনুধাৱন কৰিব পাৰো। তেওঁ সাংবাদিক সকলক সামাজিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।

সভাত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে অংশগ্ৰহণ কৰি কয় যে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমে এক নতুন দিগন্তৰ সূচনা কৰিছে। যাৰ বাবে আমি তাৎক্ষণিকভাৱে  সংবাদ লাভ কৰিবলৈ সক্ষম হৈছো। এই পৰিৱৰ্তন সঠিকভাৱে পৰিচালিত হ’লে সমাজখন ভাল দিশত আগুৱাই যাব পাৰিব।

উক্ত সভাত জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী, ডঃ আবু হানিফা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ,নগাঁও আঞ্চলিক কাৰ্যালয়ৰ দায়িত্বত থকা অসম সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰনাথ সুত, অধ্যাপক ড০ চিন্তামণি শৰ্মা, বটদ্ৰবা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতী আদিয়ে ভাষণ প্ৰদান কৰে।

জিলা জনসংযোগ বিষয়া সমৰ কলিতাই আদৰণী ভাষণ প্ৰদান কৰা সভাখনৰ আঁ‌ত ধৰে প্ৰেছ ক্লাৱৰ সম্পাদকদ্বয় চন্দনজ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে। সভাতেই জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক কল্যাণ পুঁজিলৈ ২০ হেজাৰ টকাৰ চেক প্ৰদান কৰে। তদুপৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়েও ৫ হেজাৰ টকাৰ চেক প্ৰদান কৰে।

সভাখনত চামগুৰি ইলেকট্ৰনিক মিডিয়া এছ’চিয়েশ্যন, পুৰণিগুদাম প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সাংবাদিক সকল, জুৰীয়া প্ৰেছ ক্লাৱ, বঢ়মপুৰ প্ৰেছ ক্লাৱ, নগাঁও জিলা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতি, নগাঁও জিলা ছাত্ৰ সন্থা, অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতি, সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও জিলা সমিতি আদি সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd