• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক মন্তৱ্য কৰি থাকিলে বিজেপিৰ পৰা পদত্যাগৰ হুংকাৰ উপ সভাপতি তৌফিক ৰহমানৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2018 3:24 pm
b87562ca-939f-4ded-9bd7-5d9dcbd6750a

সংবাদমেলত বিজেপিৰ উপ সভাপতি তৌফিক ৰহমান। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই যোৱা ১৩ নৱেম্বৰৰ দিনা সংবাদ মেল অনুষ্ঠিত কৰি পূৰ্ববংগীয় মূলৰ মুছলমানখিনিয়ে মিলি মুছলমান ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বিচৰা বুলি মন্তব্য কৰিছিল।

জয়ন্ত মল্ল বৰুৱাৰ তেনে মন্তব্যত ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক উপ সভাপতি তৌফিক ৰহমান। ৰহমানে দলৰ মজিয়াৰ পৰাই পূৰ্ব বংগীয় মুছলমানক লৈ তেনে সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ সকীয়াই দিছে জয়ন্ত মল্ল বৰুৱাক।

Apply Now

ৰহমানে আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত কয়, “বিজেপি দল পূৰ্ববংগীয় মুছলমান সকলৰ বিৰোধী নহয়, বিজেপি দল বাংলাদেশী সকলৰ বিৰোধী।‘’

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘’সবকা সাথ সবকা বিকাশ” নীতিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, “বিজেপি দল এতিয়াও সাম্প্ৰদায়িক হৈ উঠা নাই।”

তাৎপৰ্যপূৰ্ণভাৱে, যিদিনাই বিজেপি দল সাম্প্ৰদায়িক হিচাপে স্বীকৃতি পাব, সেইদিনাই তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ দিয়ে।

প্ৰণিধানযোগ্য যে, যোৱা ৭ নৱেম্বৰৰ দিনা শিলাদিত্য দেৱক বিকৃত মস্তিষ্কৰ বিধায়ক আখ্যা দিছিল বিজেপিৰ উপ সভাপতিগৰাকীয়ে। তদুপৰি, উক্ত দিনটোতো ৰহমানে আজিৰ দৰেই এনেধৰণৰ মুছলমান বিৰোধী মন্তব্য কৰি থাকিলে বিজেপিৰ পৰা পদত্যাগৰ হুংকাৰ দিছিল ।

আনহাতে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কৰা মন্তব্য দলৰ মন্তব্য নহয় বুলি দাবী কৰে ৰহমানে।

তাৰ বিপৰীতে কেইদিনমান পূৰ্বে একেটা দলৰে মুখপাত্ৰ ৰূপম গোস্বামীয়ে শিলাদিত্যৰ মন্তব্যৰ দোহাই দি কৈছিল যে দলৰ মুখপাত্ৰই কিবা মন্তব্য কৰিলেই সেয়া দলৰ মন্তব্য হয়।

এই সন্দৰ্ভত বিজেপি দলৰ দুমুখীয়া স্থিতিটো প্ৰকট হৈ পৰা দেখিবলৈ পোৱা গৈছে।

ইপিনে দলৰ মুখপাত্ৰই এনেধৰণৰ মন্তব্য কৰি থাকিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ, এআইয়ুডিএফে সুযোগ গ্ৰহণ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd