• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসকৰ পৰা আৰক্ষী বিষয়ালৈ; এ পি এছ চিৰ অসম আৰক্ষী সেৱাৰ শীৰ্ষত ডাঃ অনুপজ্যোতি বৰা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 17, 2018 4:50 pm
Dr. Anupjyoti Bora

ডাঃ অনুপজ্যোতি বৰা

4.9k
VIEWS
Share on FacebookShare on Twitter

সদ্য ঘোষিত অসম অসামৰিক সেৱা পৰীক্ষাৰ অসম আৰক্ষী সেৱাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ অনুপজ্যোতি বৰাই।

মাজুলীৰ ২ নং কড়ালগাঁৱৰ বাসিন্দা তথা গোলাঘাটৰ নাওঁজান আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া বিপিন বৰাৰ সুযোগ্য সন্তান অনুপজ্যোতি বৰাৰ সৰুৰে পৰাই ইচ্ছা আছিল আৰক্ষী বিষয়া হোৱাৰ।

মৰানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু যোৰহাট জে বি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ অনুপজ্যোতিয়ে গুৱাহাটিৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল।

২০১৪ চনত সুখ্যাতিৰে আয়ুৰ্বেদ চিকিৎসাত স্নাতক ডিগ্ৰী লৈ অনুপজ্যোতিয়ে কিছুদিনৰ বাবে গুৱাহাটীৰে জি এন আৰ চি চিকিৎসালয়ত কৰ্ম জীৱনৰ পাতনি মেলিছিল যদিও মনতে পুহি ৰাখিছিল পিতৃ বিপিন বৰাৰ দৰে এজন আৰক্ষী বিষয়া হোৱাৰ সপোন।

সেয়ে জি এন আৰ চিৰ পিছত বোকাখাত অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদিক চিকিৎসক হিচাপে যোগদান কৰি তেওঁ নিজকে অসামৰিক সেৱাৰ বাবে প্ৰস্তুত কৰাত মনোনিৱেশ কৰে। আৰু অৱশেষত ঐকান্তিক প্ৰচেষ্টাৰ অন্তত সদ্য ঘোষিত অসম অসামৰিক সেৱা পৰীক্ষাৰ আৰক্ষী সেৱাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক বাৰ্তালাপত ডাঃ অনুপজ্যোতি বৰাই সৰুৰে পৰা পিতৃ বিপিন বৰাক আদৰ্শ হিচাপে লৈ এজন আৰক্ষী বিষয়া হোৱাৰ সংকল্পৰ বিষয়ে জানিবলৈ দি উক্ত সপোন পূৰ্ণ হোৱাত অতিশয় সুখী বুলি জনায়।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd