• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছে কৰিলেও অগপই প্ৰত্যাহাৰ নকৰে চোৰাং চিকাৰীৰ প্ৰাৰ্থিত্ব

পৰিৱৰ্তন আৰু গঁড় হত্যা ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসন দখল কৰা চৰকাৰখনৰ প্ৰধান অংশীদাৰ অগপ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 8:11 pm
poacher
337
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰদেশ কংগ্ৰেছে পঞ্চায়তৰ সভাপতিৰ পদৰ প্ৰাৰ্থিত্ব দিয়া এজন লোকক গঁড় চিকাৰত অভিযুক্ত আৰু গোচৰ থকা বাবে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত অগপই একেই পদক্ষেপ লোৱাৰ সম্ভাৱনা নাকচ কৰিছে।

উল্লেখযোগ্য, মৰিধনশিৰি পঞ্চায়তৰ সভাপতি পদৰ বাবে অগপই একালৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী গণেশ দলেক প্ৰাৰ্থিত্ব দিছে। গণেশ দলেৰ বিৰুদ্ধে অগৰাতলী বনাঞ্চল আৰু ৰংবংৱে থানাত গঁড় চিকাৰ সম্বন্ধীয় দুটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে।

বিশ্বনাথত কংগ্ৰেছে অভিযুক্ত গঁড় চিকাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰালৈ আঙুলিয়াই দি আজি সংবাদ মাধ্যমে অগপয়ো একেই ব্যৱস্থা ল’ব নেকি, অৰ্থাৎ অভিযুক্ত গঁড় চিকাৰী গণেশ দলেৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সম্ভাৱনা অস্বীকাৰ কৰে দলটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

“অসম গণ পৰিষদে গঁড় হত্যাত জড়িত বুলি প্ৰমাণিত হোৱা লোকক পঞ্চায়ত নিৰ্বাচনৰ টিকট দিয়া নাই।” এইদৰে কয় বিধায়কজনে।

কলিতাই কয় যে গণেশ দলেৰ বিৰুদ্ধে গঁড় হত্যাৰ অভিযোগহে আছে। “তেওঁ অভিযুক্তহে”, ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়। “তেওঁক আদালতে গঁড় হত্যাকাৰী বুলি ৰায় দিয়া নাই।” আত্মপক্ষ সমৰ্থন কৰি কলিতাই কয়।

“গঁড় হত্যাত জড়িত বুলি প্ৰমাণিত হ’লে অগপ দলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব” এইদৰে উদ্ভট মন্তব্য কৰে দায়িত্বশীল জনপ্ৰতিনিধিজনে।

মন কৰিব লগীয়া যে পৰিৱৰ্তন আৰু গঁড় হত্যাৰ ইচ্ছ্যুৰে শাসন দখল কৰা চৰকাৰৰ প্ৰধান অংশীদাৰ অগপ দলটো।

Recent News

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd