• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনা চোৰাংচোৱা, সংগঠন এৰা একাংশই চলাইছে ধনদাবী, জৰিত চোৰাং কাঠ সৰবৰাহতো: আলফা (স্বাঃ)

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 11:23 pm
Paresh-Baruah c-in-c ulfa (i)

প্ৰতীকী ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া আৰু অসম-অৰুণাচল সীমান্তত আলফা (স্বাঃ)ৰ নাম লৈ ৫০:৫০ অংশীদাৰিত্বৰে ধন দাবীৰ কাৰ্য্যকলাপ ‘চলাইছে’ ভাৰতীয় সেনাৰ চোৰাংচোৱা আৰু সংগঠন এৰি অহা কিছুমান সদস্যই।

সেনা-আৰক্ষীৰ দাবীৰ বিপৰীতে এই ‘স্পষ্টীকৰণ’-এৰে শনিবাৰে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা (স্বাঃ)।

Apply Now

“আমাৰ বিশ্বস্ত সূত্ৰ অনুসৰি অবৈধ আয়ৰ ৫০-৫০ অংশীদাৰিত্বৰে সেনা চোৰাংচোৱাৰ লগতে ভাৰতীয় দখলদাৰী বাহিনীসমূহৰ কিছুমান অভিযানকাৰী কমাণ্ডাৰে আমাৰ সংগঠন পৰিত্যাগকাৰী কিছুমানৰ সহযোগত সময়ে সময়ে এই ভুৱা আৰু অপৰাধমূলক কাৰ্য্যকলাপ চলাই আহিছে,” আলফা (স্বাঃ)ৰ হৈ এই স্পষ্টীকৰণ সংগঠনটোৰ প্ৰচাৰ সদস্য ৰমেল অসমৰ।

এই চক্ৰটো অৰুণাচল প্ৰদেশৰ পৰা অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণ পৰ্য্যন্ত চোৰাং কাঠৰ ‘অবৈধ সৰবৰাহ’তো জৰিত থকাৰ তথ্য তেওঁলোকৰ হাতত থকা বুলিও দাবী কৰিছে সংগঠনটোৱে।

ন্যস্ত স্বাৰ্থৰ বাবে সংগঠনৰ ভাবমূৰ্তি এই চক্ৰটোৱে নষ্ট কৰাৰ চেষ্টা কৰা বুলি দাবী কৰি এই ‘অপৰাধীসকলক কোনোৰকমতে সহায় নকৰি’ ‘তেওঁলোক’ৰ হাতত গতাই দিবলৈ ৰাইজক আহ্বান জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক- আলফা (স্বাধীন)ৰ নিজৰে সদস্যৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী-পত্নীৰ মালিকানাধীন নামচাই জিলাস্থিত সতি চাহ বাগিচাৰ মহৰী দেবব্ৰত দেবক অপহৰণ কৰাত আলফা (স্বাঃ) জৰিত থকাৰ অভিযোগ উঠিছিল।

ঘটনাটোৰ পিছতে আলফা নেতা প্ৰবাল নেওগে  দাবী কৰিছিল যে আলফা (স্বাঃ)ৰ পৰা ‘ফালৰি কাটি’ অহা ৬-৭ জনীয়া দল এটাই নামচাই জিলাত আশ্ৰয় লৈ ধনদাবী কৰিছে। এই দলটোৱেই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা ১ নৱেম্বৰৰ ধলা গণহত্যা সংঘটিত কৰাৰ ‘সম্ভাৱনা’ আছে বুলি মন্তব্য কৰিছিল নেওগে।

আলফা (স্বাঃ) ‘পৰিত্যাগ কৰা’ ভাস্কৰ বড়া ওৰফে মুং অসম নামৰ এজনৰ বিৰুদ্ধে ধলা গণহত্যাৰ দিনাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল সংগঠনটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd