• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ড : ৩ জন লোকক আটক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2018 8:20 am
Ugratara-750x375

উগ্ৰতাৰা মন্দিৰ। ফটো : ইউ বি

538
VIEWS
Share on FacebookShare on Twitter

যোৱা শুকুৰবাৰে গুৱাহাটীৰ ঐতিহাসিক শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ত চোৰে লুটপাত চলোৱা ঘটনাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে চুৰি কাণ্ডৰ ঘটনা চি চি টিভিৰ ফুটেজৰ পৰা সংগ্ৰহ কৰি আৰি ইয়াৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাই শনিবাৰে তিনিজন সন্দেহজনক লোকক আটক কৰে।

গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ ক’লনিত আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে আটক কৰে। ইয়াৰে এজনৰ নাম জামালুদ্দিন বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তিনিওজনকে জেৰা আৰম্ভ কৰিছে। আনহাতে, উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ বাবে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাকে জগৰীয়া কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইপিনে, নিজৰ হৃত-মৰ্যাদা ৰক্ষা কৰাৰ বাবে অপৰাধীক ধৰিবলৈ আৰক্ষীয়ে এতিয়া সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে, চোৰে শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি লৈ যোৱাৰ পাছত শনিবাৰে মূৰ্তিৰ অবিহনেই ভক্তসকলে ধূপ-চাকি জ্বলাই আশীৰ্বাদ লয়। উগ্ৰতাৰা দেৱালয়ৰ এই চুৰিকাণ্ডক সকলোৱে গৰিহণা দিয়াৰ লগতে অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰো দাবী তোলে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd