• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰোগী সেৱাত মগন ১০ গৰাকী ডিগ্ৰীহীন চিকিৎসক!

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 18, 2018 4:49 pm
homoeo sivasagar

জিলা স্বাস্থ্য বিভাগৰ হাতত তথ্য মতে অনুজ্ঞাপত্ৰ নথকা ১০ গৰাকী চিকিৎসক। ছবি- নৰ্থ ইষ্ট নাও।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ গৰাকীকৈ ডিগ্ৰীহীন হোমিঅ’পেথিক ‘চিকিৎসক’এ ৰোগীক সেৱা আগবঢ়াই আছে শিৱসাগৰ চহৰৰ লগতে সমগ্ৰ জিলাখনত।

খোদ জিলা স্বাস্থ্য বিভাগে দিয়া আৰ টি আইৰ তথ্যতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। স্বাস্থ্য বিভাগৰ হাতত এই ১০ গৰাকী চিকিৎসকৰ কোনো তথ্য নাই, কিন্তু ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাও বিভাগটোৱে আজি পৰ্য্যন্ত উপলব্ধি কৰা নাই।

Apply Now

আৰ টি আইৰ তথ্য মতে বৰ্তমান শিৱসাগৰত ২৪ জন হেমিঅ’পেথিক চিকিৎসকে শিৱসাগৰ পৌৰসভা এলেকাৰ ভিতৰত আৰু বাহিৰত চে’ম্বাৰত চিকিৎসা আগবঢ়াই আছে।

হোমিঅ’ চিকিৎসকক চিকিৎসা সেৱাৰ বাবে প্ৰয়োজন ক্নিনিকেল এষ্টাব্লিচমেণ্ট চাৰ্টিফিকেটৰ। কিন্তু সূত্ৰ মতে কোনোবা হেমিঅ’ চিকিৎসকৰ চে’ম্বাৰ  বা কোনো প্ৰতিষ্ঠানত ৩ মহীয়া পাঠ্যক্ৰম চিকিৎসক হৈছে এইসকল।

অনলাইনযোগে এই চাৰ্টিফিকে’টৰ আবেদন কৰিবলৈ প্ৰয়োজন হোৱা “চে’ণ্ট্ৰেল কাউঞ্চিল ফৰ হেমিঅ’পেথি”ৰ অনুমোদিত কলেজ বা প্ৰতিষ্ঠানত গ্ৰহণ কৰা ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ পঞ্জীয়ন নম্বৰো নাই এইসকল  চিকিৎসকৰ।

তাৰোপৰি হোমিঅ’পেথি অধ্যয়নৰ বাবে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু ইংৰাজীক বিষয় হিচাপে লৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰা বাধ্যতামূলক। কিন্তু শিৱসাগৰত চে’ম্বাৰ খুলি বহি থকা বহুকেইজন ‘চিকিৎসকে’ বিজ্ঞান শাখাত অধ্যয়নেই কৰা নাছিল।

আছু, আটাছু, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ঐক্য সেনাকে ধৰি ১০টা সংগঠনে এই ভুৱা চিকিৎসকসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে তৎকালে তেওঁলোকৰ চে’ম্বাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসন তথা স্বাস্থ্য বিভাগে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd