• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰোগী সেৱাত মগন ১০ গৰাকী ডিগ্ৰীহীন চিকিৎসক!

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 18, 2018 4:49 pm

2 min read

homoeo sivasagar

জিলা স্বাস্থ্য বিভাগৰ হাতত তথ্য মতে অনুজ্ঞাপত্ৰ নথকা ১০ গৰাকী চিকিৎসক। ছবি- নৰ্থ ইষ্ট নাও।

1.2k
VIEWS
Share on FacebookShare on Twitter

১০ গৰাকীকৈ ডিগ্ৰীহীন হোমিঅ’পেথিক ‘চিকিৎসক’এ ৰোগীক সেৱা আগবঢ়াই আছে শিৱসাগৰ চহৰৰ লগতে সমগ্ৰ জিলাখনত।

খোদ জিলা স্বাস্থ্য বিভাগে দিয়া আৰ টি আইৰ তথ্যতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। স্বাস্থ্য বিভাগৰ হাতত এই ১০ গৰাকী চিকিৎসকৰ কোনো তথ্য নাই, কিন্তু ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাও বিভাগটোৱে আজি পৰ্য্যন্ত উপলব্ধি কৰা নাই।

আৰ টি আইৰ তথ্য মতে বৰ্তমান শিৱসাগৰত ২৪ জন হেমিঅ’পেথিক চিকিৎসকে শিৱসাগৰ পৌৰসভা এলেকাৰ ভিতৰত আৰু বাহিৰত চে’ম্বাৰত চিকিৎসা আগবঢ়াই আছে।

হোমিঅ’ চিকিৎসকক চিকিৎসা সেৱাৰ বাবে প্ৰয়োজন ক্নিনিকেল এষ্টাব্লিচমেণ্ট চাৰ্টিফিকেটৰ। কিন্তু সূত্ৰ মতে কোনোবা হেমিঅ’ চিকিৎসকৰ চে’ম্বাৰ  বা কোনো প্ৰতিষ্ঠানত ৩ মহীয়া পাঠ্যক্ৰম চিকিৎসক হৈছে এইসকল।

অনলাইনযোগে এই চাৰ্টিফিকে’টৰ আবেদন কৰিবলৈ প্ৰয়োজন হোৱা “চে’ণ্ট্ৰেল কাউঞ্চিল ফৰ হেমিঅ’পেথি”ৰ অনুমোদিত কলেজ বা প্ৰতিষ্ঠানত গ্ৰহণ কৰা ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ পঞ্জীয়ন নম্বৰো নাই এইসকল  চিকিৎসকৰ।

তাৰোপৰি হোমিঅ’পেথি অধ্যয়নৰ বাবে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু ইংৰাজীক বিষয় হিচাপে লৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰা বাধ্যতামূলক। কিন্তু শিৱসাগৰত চে’ম্বাৰ খুলি বহি থকা বহুকেইজন ‘চিকিৎসকে’ বিজ্ঞান শাখাত অধ্যয়নেই কৰা নাছিল।

আছু, আটাছু, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ঐক্য সেনাকে ধৰি ১০টা সংগঠনে এই ভুৱা চিকিৎসকসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে তৎকালে তেওঁলোকৰ চে’ম্বাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসন তথা স্বাস্থ্য বিভাগে।

Recent News

হাম দো হামাৰে দো  : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

হাম দো হামাৰে দো : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd