• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব মহিলা বক্সিং : অসমৰ দুই কন্যা লাভলিনা আৰু ভাগ্যৱতীৰ কোৱাৰ্টাৰত প্ৰৱেশ

প্ৰি-কোৱাৰ্টাৰত লাভলিনা বৰগোহাঁয়ে হৰুৱালে ২০১৬-অৰ অলিম্পিয়ানক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2018 6:06 pm
Lovlina Borgohain

প্ৰতিনিধিত্বমূলক চিত্ৰ

961
VIEWS
Share on FacebookShare on Twitter

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙত শক্তিশালী প্ৰতিদ্বন্দ্বীক ঘটুৱাই অসমৰ দুগৰাকী যুৱতী বক্সাৰে কোৱাৰ্টাৰত প্ৰৱেশ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আজি অনুষ্ঠিত ৬৯ কিলোগ্ৰাম শাখাৰ এখন খেলত লাভলিনা বৰগোহাঁয়ে পানামাৰ অলিম্পিয়ান বক্সাৰ এথেইনা বাইলনক স্পষ্ট ৫-০ৰ ব্যৱধানত হৰুৱায়।

Bhagyawati Kachari
জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত অসমৰ ভাগ্যৱতী কছাৰী (ৰঙা জাৰ্ছি)।

লাভলিনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সমান্তৰালভাৱে ৮১ কিলোগ্ৰাম শাখাত ভাগ্যৱতী কছাৰীয়ে জাৰ্মানীৰ আইৰিনা নিকোলেতা ছোনবাৰজাৰক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

দুয়োগৰাকী খেলুৱৈয়ে আজি বেচ উজ্জীৱিত প্ৰদৰ্শন আগ বঢ়ায়। লাভলিনাই ৫-০ৰ ব্যৱধানত জিকাৰ বিপৰীতে ৪-১ৰ ব্যৱধানত জয় সাব্যস্ত কৰে।

দুয়োগৰাকীয়ে ছেমিৰ বাবে অহা ২০ নৱেম্বৰত ৰিঙত নামিব। লাভলিনাই অষ্ট্ৰেলিয়াৰ স্কট কেৰ বিৰুদ্ধে আৰু ভাগ্যৱতীয়ে কলম্বিয়া আৰু ইউক্ৰেইনৰ প্ৰতিদ্বন্দ্বীৰ মাজত হ’ব লগীয়া খেলৰ বিজয়ীৰ বিৰুদ্ধে খেলিব।

Lovlina
পানামাৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত অসমৰ লাভলিনা বৰগোহাঁই (নীলা জাৰ্ছি)।

উল্লেখযোগ্য যে দিল্লীত যোৱা ১৫ নৱেম্বৰৰ পৰা হৈ থকা বিশ্ব মহিলা চেম্পিয়নশ্বিপত ৩৫ বছৰীয়া মেৰী কমকে ধৰি ভাৰতৰ হৈ উত্তৰ পূবৰ বহু কেইগৰাকী যুৱতী/মহিলাই দমনীয় প্ৰদৰ্শন আগ বঢ়াই আছে। প্ৰতিযোগিতাখনৰ অহা ২৪ নৱেম্বৰত সামৰণি পৰিব।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd