• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশ চৰকাৰৰ দ্বাৰা ‘মাডাৰ অব হিউমেনিটী এৱাৰ্ড’ প্ৰৱৰ্তন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2018 5:01 pm
hasina_258
129
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ চৰকাৰে প্ৰতি বছৰে ৫গৰাকী ব্যক্তি অথবা অনুষ্ঠানক মাডাৰ অব হিউমেনিটী এৱাৰ্ড’ প্ৰদান কৰিব। আজি বাংলাদেশৰ কেবিনেটৰ এখন নিয়মীয়া বৈঠকত ‘মাডাৰ অব হিউমেনিটী ছচিয়েল ৱেলফেয়াৰ পলিচী’ৰ খচৰাখনত অনুমোদন জনোৱা হয়।

কেবিনেটৰ সচিব মহম্‌মদ ছাইফুল আলমে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে মাডাৰ অব হিউমেনিটী শিৰোনামাই প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাক বুজায়।

প্ৰতি বছৰে এই বঁটাটো ৫টা বিভিন্ন শাখাত সমাজৰ কল্যাণৰ হকে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ৫গৰাকী ব্যক্তি অথবা অনুষ্ঠানলৈ এই বঁটা আগবঢ়োৱা হ’ব।

প্ৰত্যেকগৰাকী বঁটা বিজেতাক এটা সোণৰ পদক, এটা বঁটাটোৰ স্মাৰক প্ৰতিলিপি, এখন মানপত্ৰ আৰু ২লাখ ‘টাকা’ প্ৰদান কৰা হ’ব। প্ৰতি বছৰ জানুৱাৰি মাহৰ ২ তাৰিখ অৰ্থাৎ বাংলাদেশৰ ৰাষ্ট্ৰীয় সমাজ কল্যাণ দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ম্যানমাৰৰ পৰা প্ৰাণ লৈ পলায়ন কৰি বাংলাদেশলৈ অহা লাখ লাখ ৰহিঙীয়া শৰণাৰ্থীক আশ্ৰয় দিয়াৰ পাছত প্ৰধান মন্ত্ৰীগৰাকীক তেওঁৰ দেশত ‘মাডাৰ অব হিউমেনিটী’ আখ্যা দিয়া হৈছে।

Recent News

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd