• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত অগপৰ যুৱ পৰিষদৰ জিলা সভাপতিৰ পদত্যাগ; নিৰ্দলীয় হৈ মনোনয়ন

মিণ্টু দাস by মিণ্টু দাস
November 19, 2018 8:28 pm
Mrinmoy Borpujari

মৃণ্ময় বৰপূজাৰী।

223
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক দ্বন্দ্বই কোনো দলকেই ৰেহাই দিয়া নাই। নিৰ্বাচনৰ দিন চমু চপাৰ সমান্তৰালভাৱে কংগ্ৰেছ-বিজেপিৰ সমানে অগপতো চলিছে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ। পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি বহু কেইঠাত দলটোৰ নেতা-কৰ্মী-সমৰ্থকৰ মাজত সংঘাতৰ খবৰ পোৱা গৈছে।

শেহতীয়াকৈ নগাওঁ জিলাত দলটোৰ ভিতৰত চলি থকা এনে দ্বন্দ্ব-সংঘাত অধিক প্ৰকট ৰূপত দেখা পোৱা যায়। জানিব পৰা মতে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে অগপৰ যুৱ পৰিষদৰ জিলা সভাপতি মৃন্ময় বৰপূজাৰীয়ে দলত্যাগ কৰে৷

জানিব পৰামতে, বৰপূজাৰী দীৰ্ঘদিন ধৰি অগপৰ সৈতে জড়িত হৈ আহিছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ নেতৃত্বই তেওঁক টিকট নিদি মুকুট শইকীয়াকহে দিয়ে। ইয়াতে ক্ষুভিত হৈ দলত্যাগ কৰে মৃণ্ময় বৰপূজাৰীয়ে। তেওঁ অগপৰ ভিতৰচ’ৰাৰ প্ৰভাৱশালী নেতাই ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

আনহাতে দলত্যাগ কৰাৰ পিছতে যুৱ নেতা মৃন্ময় বৰপূজাৰীয়ে বঢ়মপুৰ সমষ্টিৰ ডিফলু গাঁও পঞ্চায়তৰ সভাপতিৰ পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াব বুলি ঘোষণা কৰিছে। এই উদ্দেশ্যে তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে৷

ইপিনে মৃন্ময় বৰপূজাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়াত চিন্তিত হৈছে অগপৰ প্ৰাৰ্থীজন। জানিব পৰামতে, মৃণ্ময় বৰপূজাৰীৰ যথেষ্ট গণভিত্তি আছে অঞ্চলটোত।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd