• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেপিচিৰ বৈঠক : বিধেয়কৰ পৰা বাংলাদেশক বাদ দিয়াৰ সপক্ষ-বিপক্ষত আজি ৩০জন সাংসদৰ মত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 1:12 pm
jpc

জে পি চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অলপ পিছতে নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সম্পৰ্কত গঠন হোৱা সংসদৰ যুটীয়া সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব। এই বৈঠকত নিজৰ নিজৰ মত দিয়াৰ সুযোগ পাব কমিটীখনৰ সদস্যসকলে। বৈঠকখনৰ গুৰুত্বলৈ চাই লোকসভাৰ ২০জন আৰু ৰাজ্যসভাৰ ১০জন, মুঠ ৩০জন সদস্যৰ সকলোকে জৰুৰীভাৱে উপস্থিত থাকিবলৈ অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে আহ্বান জনাইছিল।

আজিৰ বৈঠকৰ লক্ষণীয় দিশটো হ’ল সদস্যসকলৰ কিছু সংখ্যকে শেহতীয়াকৈ লোৱা স্থিতি। অসম তথা উত্তৰ-পূবত হোৱা তীব্ৰ প্ৰতিবাদ আৰু হিন্দু বাংলাদেশীসকলক বিজেপিয়ে ভোট বেংক হিচাপে গ্ৰহণ কৰাৰ সুযোগৰ প্ৰতি লক্ষ্য কৰি কিছু দিন পূৰ্বে অবিজেপি বেছি সংখ্যক সদস্যই বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিছিল।

Apply Now

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে অহা ডিচেম্বৰ মাহত এই সংসদীয় সমিতিৰ কাৰ্য্যকালৰ অন্ত পৰিব। তাৰ পূৰ্বেই সমিতিয়ে ইয়াৰ প্ৰতিবেদন দিবলৈ চেষ্টা কৰিছে। গতিকে আজিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ বৈঠকৰ পিছতে সমিতিয়ে ইয়াৰ প্ৰতিবেদন যুগুত কৰাৰ সম্ভাৱনা আছে।

আনহাতে কেন্দ্ৰত থকা বিজেপি চৰকাৰেও সোনকালে প্ৰতিবেদন দিয়াটো বিচাৰিছে, যাতে লোকসভাৰ শীতকালীন তথা এই চৰকাৰৰ অন্তিম অধিৱেশনত বিধেয়কখন উত্থাপন কৰিব পাৰে। বৃহৎ সংখ্যক হিন্দু বাংলাদেশীৰ ভোটৰ ৰাজনীতিয়েও ইয়াৰ নেপথ্যত কাম কৰি আছে।

উল্লেখযোগ্য যে অসমৰ চাৰিজন সাংসদ, ক্ৰমে বিজেপিৰ ৰমেন ডেকা, কামাখ্যা প্ৰসাদ তাচা আৰু কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা আৰু সুস্মিতা দেব এই সমিতিখনৰ সদস্য।

ইয়াৰে কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ দিয়াত অধিক গুৰুত্ব দিছে। কিন্তু বিজেপিৰ ৰমেন ডেকাই ‘দলৰ যি স্থিতি সেয়াই আমাৰ স্থিতি’ বুলি স্পষ্ট কৰি দিছে।

বিজেপিৰ অন্যান্য সাংসদসকলেও বাংলাদেশক বাদ দিয়াৰ পক্ষত নাই বুলি ইতিপূৰ্বে জানিব পৰা গৈছে। কিয়নো যদিও বিধেয়কখনত খ্ৰীষ্টান, পাৰ্চি, বৌদ্ধ আৰু জৈনসকলৰ কথা কোৱা হৈছে, মূলতঃ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াই বিজেপি চৰকাৰখনৰ লক্ষ্য। আৰু হিন্দু বাংলাদেশীৰ তুলনাত বাকী দেশকেইখনৰ পৰা অহা নাগৰিক নগণ্য বুলিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd