• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰম বিভাগৰ অভিযানত শিৱসাগৰত ৯ জন শিশু শ্ৰমিকক উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 8:52 pm
child-labour-articles-

প্ৰতিনিধিত্বমূলক চিত্ৰ

269
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ শ্ৰম বিভাগ, জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ‘বচপন বচাও আন্দোলন’ৰ কৰ্মকৰ্তা সকলৰ সহযোগত শিৱসাগৰ চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আজি ৯ জন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা শিশু কেইটাক অতি শীঘ্ৰে জিলা শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰাই চিকিৎসালয়লৈ নি তেওঁলোকৰ সঠিক বয়স নিৰ্ণয় কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বয়স নিৰ্ণয় নকৰালৈকে উদ্ধাৰ হোৱা শিশু শ্ৰমিক কেইজনক শিশু সুৰক্ষা কাৰ্যালয়ৰ অন্তৰ্গত শিশু গৃহত ৰখা হ’ব।

উদ্ধাৰকাৰী দলটোৱে চহৰখনৰ বিভিন্ন হোটেল, গেৰেজ, দোকানৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই কাম কৰি থকা অৱস্থাৰ পৰাই উক্ত ৯টি শিশুক উদ্ধাৰ কৰে।

উল্লেখ্য যে চৰকাৰে সকলো শিশুৰ শিক্ষা বাধ্যকতামূলক কৰি আইন প্ৰণয়ন কৰিছে। শিশুৰ অধিকাৰ আইন ২০০৯ৰ আধাৰত কোনো শিশুকে কোনো ব্যক্তি বা প্ৰতিষ্ঠানে শিক্ষা আহৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰে।

আজিৰ এই অভিযানত শিৱসাগৰ শ্ৰম বিভাগৰ শ্ৰম পৰিদৰ্শক মৌচুমী বৰা, জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ সমাজ সেৱক দীপক টায়ে আৰু ‘বচপন বচাও আন্দোলন’ৰ ভাৰপ্ৰাপ্ত বিষয়া জুবলি লালুঙৰ লগতে বিভিন্ন কৰ্মকৰ্তা সকলে সহযোগ কৰে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd