• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলাৰ নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বুজ ল’লে জিলাৰ উপায়ুক্তই

নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ দাখিলৰ বাবে নিয়ন্ত্ৰণ কক্ষ আৰু ফোন নম্বৰ মুকলি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 21, 2018 6:54 am
Panchayat Poll Sivasagar

শিৱসাগৰৰ উপায়ুক্তৰ সভাকক্ষত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় সভা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
অহা ৫ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান ল’লে জিলাখনৰ উপায়ুক্তই।
নিৰ্বাচন পৰিচালনাৰ অৰ্থে গঠিত বিভিন্ন নিৰ্বাচনী কোষসমূহে নিজ নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰিছে নে নাই আৰু এই কোষসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লবলৈ শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সোমবাৰে তেওঁৰ কাৰ্য্যালয়তে এখন বৈঠক অনুষ্ঠিত কৰে।
আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ উপস্থিতিত আয়োজিত এই বৈঠকত উপায়ুক্তই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় কামকাজৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
উপস্থিত নিৰ্বাচনী কোষসমূহৰ দায়িত্ববাহী বিষয়াসকলে নিজৰ কোষৰ কাম-কাজৰ অগ্ৰগতিৰ ছবি উপায়ুক্তগৰাকীৰ আগত দাঙি ধৰে।
উপায়ুক্তই উপস্থিত সকলোকে নিষ্ঠাৰে আৰু কোষসমূহৰ মাজত সমন্বয় স্থাপন কৰি কাম-কাজ আগ বঢ়াই নিবলৈ আহ্বান জনায়।
আলোচনাত নিজৰ বক্তব্যত উপায়ুক্তই জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে ঐক্যবদ্ধভাৱে কাম কৰাত গুৰুত্ব প্ৰদান কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে এই সম্পৰ্কত বিভাগৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগ বঢ়াব বুলি জনায়।
সভাত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া শেৱালি বৰদলৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক নবান সিং,জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে বিভিন্ন কোষৰ দায়িত্বত থকা বিষয়ববীয়াসকল উপস্থিত থাকে।
আনহাতে নিৰ্বাচনী বিধি উলংঘাৰ ক্ষেত্ৰত অভিযোগ দাখিল কৰিবৰ বাবে জিলা নিৰ্বাচনী বিভাগে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮- ৬৪৩৫৫  নম্বৰত যোগে অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনাইছে।

নাজিৰাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰে উপায়ুক্তৰ বৈঠক

আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্য ২০ নৱেম্বৰত শিৱসাগৰৰ নাজিৰা মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিভন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সৈতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এক বৈঠকত মিলিত হয়।
সভাত উপায়ুক্তগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে চলোৱা প্ৰচাৰকাৰ্য্য, নিৰ্বাচন ব্যয়, নিৰ্বাচন আচৰণ বিধি আদিৰ সম্পৰ্কে আলোচনা কৰে। সকলো প্ৰাৰ্থীকে নিৰ্বাচনী আচৰণ বিধি সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰাৰ্থী সকলৰ যদি কিবা ওজৰ-আপত্তি থাকে বা আইন-শৃংখলাজনিত বিষয়ত কিবা ক’ব লগীয়া থাকে, তেন্তে সেই সম্পৰ্কত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে।
সভাত অংশ গ্ৰহণ কৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে, ৰাজনৈতিক দলসমূহে আইন-শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে।
বৈঠকত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰাজীৱ থাপা, মহকুমা আৰক্ষী বিষয়া আনন্দ টকবী, কোষাগাৰ বিষয়া তপনজিত ডেকা, নিৰ্বাচনী বিষয়া সুজাতা গগৈ, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ  লগতে পঞ্চায়ত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিষয়ববীয়াসকল।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd