• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰত হজৰত মহম্মদ(ছঃ) দিৱস উপলক্ষে বিনামূলীয়া ৰক্তদান শিবিৰ

মনিমালা বৰা by মনিমালা বৰা
November 21, 2018 4:44 pm
Blood donation camp at Tezpur
640
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি ‘ৰক্তই জীৱন’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত তথা মুছলিম যুৱ ঐক্যৰ সহযোগত বিশ্বনৱী হজৰত মহম্মদ(ছঃ) দিৱস উপলক্ষে এক বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে মাত্ৰ ১৯ জন সদস্যক লৈ যোৰহাট জিলাৰ মাজমজিয়াত ২০১৬ চনত জানুৱাৰী মাহত ‘ৰক্তই জীৱন’ শীৰ্ষক এটি স্বেচ্ছাসেৱী সংস্থা গঠন কৰা হৈছিল।

এই সংস্থাটোৱে বহু সংখ্যক অসহায় লোকক সহায় কৰাৰ উপৰিও চিকিৎসালয়সমূহত ভৰ্তি হৈ থকা অসহায় ৰোগীসকলৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালৰ লোকে এটোপাল ৰক্ত বিচাৰি হাহাঁকাৰ কৰি থকা সময়ত বিনামূল্যে ৰক্তৰ যোগান ধৰি আহিছে।

বৰ্তমান ৫ হাজাৰতকৈও অধিক সদস্য থকা এই সংগঠনটোৱে ১৮ বছৰ বয়সলৈকে কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও বিনামূলীয়া চিকিৎস্যা সেৱা আগবঢ়াই অহাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ আৰু বানাক্ৰান্ত লোক সকলৰ ক্ষেত্ৰটো এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

আজি পূৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই শিবিৰত ৫০ জনতকৈও অধিক লোকে ৰক্তদান কৰিছে। ৰক্তই জীৱন শোণিতপুৰ শাখাৰ এক শতাধিক কৰ্মকৰ্তাৰ সহযোগত উক্ত ৰক্তদান শিবিৰ বিয়লি ৩ বজাত সামৰণি পৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd