• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 11:36 am
IMG-20181123-WA0005-750x375

ডিমৌৰ বিস্ফোৰণত নিহত পৰিয়ালৰ আত্মীয়ক সাক্ষাৎ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে অসম চৰকাৰৰ হৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰে।

478
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ডিমৌ চাৰিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা বৃহস্পতিবাৰে সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। আজি আলফাৰ তথ্য আৰু প্ৰচাৰ শাখাৰ সহকাৰী সম্পাদক মেজৰ অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে এই কথা প্ৰকাশ কৰিছে।

পত্ৰখনত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ লগতে বিস্ফোৰণত নিহত হোৱা অনুপ গুপ্তা নামৰ লোকজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে অনুপ গুপ্তা তেওঁলোকৰ টাৰ্গেট নাছিল।

46860449_946347629089353_9170113815319150592_n
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলপা (স্বাঃ)ৰ বিবৃতি।

যোৱা ২২ নৱেম্বৰৰ সন্ধিয়া সংঘটিত গ্ৰেনেড বিস্ফোৰণত দুজন লোক নিহত হৈছিল।কমল আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা বিস্ফোৰণটোত অনুপ গুপ্তা নামৰ গ্ৰাহকজন থিতাতে নিহত হোৱাৰ লগতে হাস্পাতললৈ নিয়াৰ পথত কমল আগৰৱালাই মৃত্যুক সাৱটি লৈছিল।

বৃহস্পতিবাৰে অৰ্থাৎ ২২ নৱেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ ডিমৌত সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ডিমৌ আৰক্ষীয়ে আজি ৮ জন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ডিমৌত সংঘটিত বিস্ফোৰণৰ পাছত ডিমৌ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ইতিমধ্যে ৮ জন লোকক আটক কৰিছে। আটকাধীন লোক কেইজন হৈছে ক্ৰমে প্ৰভাত সোণোৱাল, জীয়াউল হুছেইন, নিতুল হাজৰিকা, কিশোৰ পেটেল,পংকজ বৰা. বেদান্ত নাথ, ডিমাপুৰৰ টাংভিউ আৰু ইজ্জাল।

আনহাতে,নিহতসকলৰ পৰিয়ালক অসম চৰকাৰৰ হৈ থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd