• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত : বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ সভাত ৰিপুন বৰা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
November 25, 2018 8:37 am
20181124051703_IMG_1543

বিশ্বনাথৰ নিৰ্বাচনী সভাত প্ৰদেশ কংদ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ প্ৰচাৰ অভিযানৰ উত্তাপ এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে। আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত সৃষ্টি হৈছে কিছুমান আমোদজনক তথা বিতৰ্কিত বাক্যবান। তাৰ মাজতে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে সুযোগ হেৰুৱাব খোজা নাই দলবোৰে। সেয়ে, আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰৰ চমকপ্ৰদ অভিযান।

আনহাতে, লাচিত দিবসৰ দিনাই শনিবাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত লাচিতৰ দৰে যুঁজাৰ সংকল্প ল’লে কংগ্ৰেছ দলে ৷ কংগ্ৰেছ দলৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন সদস্যই আগন্তুক নিৰ্বাচনত একো একোজন লাচিতৰ দৰে যুঁজিব। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰি চাহ বাগিছাৰ এখন নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ ভাষণত এইদৰে ব্যক্ত কৰে।

Apply Now

তেওঁ কয় যে বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে যুঁজা শেষ শৰাইঘাটৰ ৰণ আচলতে অসমীয়া জাতিক ধ্বংস কৰাৰহে ৰণ আছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ জড়িয়তে জাতিটোক ধ্বংস কৰিলে৷ বিজেপিৰ কবলৰ পৰা অসমীয়া জাতিটোক উদ্ধাৰ কৰিবলৈ লাচিত দিবসৰ দিনাই আচল শৰাইঘাটৰ ৰণৰ ৰণশিঙা বজাই প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে একো একোজন লাচিতৰ দৰে যুঁজাৰ সংকল্প লৈছে৷

ইপিনে, ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনত দুটাত কৈ অধিক সন্তান থকা লোকে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি চৰকাৰে কৰা নতুন নিয়ম সন্দৰ্ভত মন্তব্য কৰি কয়, ‘’সৰ্বানন্দ সোণোৱাল ডঙুৱা মানুহ ৷ সেয়েহে বৰলা সৰ্বানন্দই বুজি নাপায় সৰু ল’ৰা ছোৱালীৰ মৰম। বিয়া নপতা সৰ্বানন্দই ল’ৰা ছোৱালীৰ মৰম কি বুজি নাপায় বাবেই নতুন নিয়ম বনাইছে।‘’

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে চৰকাৰে পানী যোগান ধৰিব লাগে, চৰকাৰে ৰাস্তা বনাই দিব লাগে ৷ কিন্তু এইবিলাক কাম নকৰি চৰকাৰে নতুন নিয়ম বনাই কাৰ ঘৰত কেইটা ল’ৰা ছোৱালী আছে সেইবিলাকহে চাই ফুৰিছে।

বৰাই লগতে কটাক্ষ কৰি কয়, ‘’এই বিলাক কথা মোডীয়েও বুজি নাপায়। কাৰণ মোডীয়ে বিয়াপাতি ৬ মাহৰ ভিতৰতে ঘৈনিয়েকক খেদি বৰলা ভাত খাই ফুৰিছে ৷ সৰ্বানন্দই মোডীৰ মতে চলে আৰু মোডী ৰামদেৱৰ মতে চলে ৷ ৰামদেৱো বৰলা ৷ গতিকে বৰলা মানুহে সন্তানৰ মৰম কি বুজি পাব।‘’

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd