• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক

কাৰ্বি পাহাৰৰ বড়োসকলৰ পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা বিষয়ক বিধেয়ক অনাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 11:02 pm
বিশ্বজিত দৈমাৰী

বিশ্বজিত দৈমাৰীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈঠকত বড়ো চুক্তিৰ দফাসমূহ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এন ডি এফ বি (পি)আৰু ভাৰত চৰকাৰৰ শান্তি আলোচনাৰ বিষয়টোও উত্থাপন কৰা হয়।

ইয়াৰ উপৰি বিটিচি প্ৰশাসনৰ প্ৰতিনিধিসকলে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে প্ৰস্তাৱিত বিধেয়কখন শীতকালীন অধিৱেশনত গৃহীত কৰাৰ দাবী তোলে।

Apply Now

আনহাতে বৈঠকত গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে বিটিচি প্ৰশাসনক জানিবলৈ দিয়ে যে, শান্তি আলোচনাৰ কোনো স্পষ্ট অগ্ৰগতি হোৱা নাই।

জানিব পৰামতে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা কেন্দ্ৰীয় পুঁজি আবণ্টনৰ বিষয়টোও উত্থাপন কৰা হয় বৈঠকখনত।

বৈঠকত বিটিচি প্ৰশাসনৰ হৈ খাম্পা বৰগয়াৰী, চন্দন ব্ৰহ্ম আৰু বি পি এফৰ সাংসদ বিশ্বজিত্‍ দৈমাৰী উপস্থিত আছিল বুলি সূত্ৰটোৱে জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd