• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ভোটটোকে বিজেপিক দিব অগপ সভাপতি অতুল বৰাই?

উত্তম শইকীয়া by উত্তম শইকীয়া
November 27, 2018 8:40 pm
himanta biswa sarma with atul bora

অতুল বৰাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিলিজুলি চৰকাৰ চলোৱাৰ পিছতো আগন্তুক পঞ্চায়ত নিৰ্বাচনত মুখামুখি প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত কৰা অগপৰ সভাপতিয়ে বিজেপিক ভোট দিব পাৰে জানো? পিছে এই অসম্ভৱ “আহ্বান”এৰেই মঙলবাৰে অতুল বৰাৰ সমষ্টি বোকাখাতত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যোৱা বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টি মিত্ৰ অগপক এৰি দিয়াটো “ভুল সিদ্ধান্ত” আছিল বুলি ঘোষণা কৰি অতুল বৰাক এই আহ্বান বিজেপি মন্ত্ৰীজনৰ৷ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰীজনে তীব্ৰ ৰাজনৈতিক কটাক্ষক সম্বলৰূপে লোৱা দেখা গ’ল।

Apply Now

“আমি অগপক হৰুৱাবলৈ নকওঁ, কংগ্ৰেছক হৰুৱাওক আৰু বিজেপিক ভোট দিয়ক। বিজেপি নাথাকিলে, অগপও নাথাকিব আৰু কংগ্ৰেছে অগপক মহতিয়াই নিব৷ বিজেপি নাথাকিলে বদৰুদ্দিন আজমলে দিছপুৰত তাণ্ডৱ কৰিব,” এয়া মিত্ৰতা  “ভংগ নহয়” বুলি ঘোষণা কৰি বোকাখাতৰ ৰজাবাৰীত শৰ্মাই চলোৱা প্ৰচাৰৰ নমুনা৷

গঁড় “হত্যাকাৰী” গণেশ দলেক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবেও অগপক সমালোচনা কৰে হিমন্ত বিশ্বই৷

লগতে পঢ়ক– অনমনীয় অতুল বৰা, অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবই গঁড় ‘হত্যাকাৰী’ গণেশ দলেই

পঞ্চায়ত নিৰ্বাচনৰ পাছতেই হাইস্কুলৰ শিক্ষাৰ্থীক বিনামূলীয়া গণবেশ, ১ জানুৱাৰিৰ পৰা কৃষকক সুতবিহীন আৰু ২৫% ৰেহাই মূল্যত ঋণ প্ৰদান আদি কেইবাটাও অনুদানমূলক আঁচনি লোৱা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

সভাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াও উপস্থিত আছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd