• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক; নাগৰিকত্ব বিধেয়ক বিৰোধী ঢৌত উদ্বিগ্ন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

এন আৰ চি বিষয়ত কেন্দ্ৰীয়–ৰাজ্য চৰকাৰৰ যৌথ কমিটী গঠনৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2018 8:27 am
rajnath

Union Home Minister Rajnath Singh: File Photo

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ মাজতে ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যা আৰু সম্ভাব্য পৰিস্থিতিৰ বিষয়ে ২৭ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্য মন্ত্ৰী সোণোৱাল, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ-পূবৰ দায়িত্বত থকা গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু বিজেপিৰ অসমৰ দায়িত্বত থকা বিষয়ববীয়াৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ পিছতে এখন সংবাদমেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায় যে বৈঠকত এন আৰ চিৰ পৰা বাদ পৰিব পৰা বৃহৎ সংখ্যক লোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ’ব পাৰে তাৰ সকলো দিশ চালি-জাৰি চাবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰে এখন যৌথ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Apply Now

ইফালে নাগৰিকপঞ্জীত নাম দাবী-আপত্তি দাখিলৰ প্ৰক্ৰিয়াত কম সংখ্যক লোকে সহযোগ কৰা কথাটোত গৃহ মন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। পুনৰ আৱেদন প্ৰক্ৰিয়াটোত অধিক সংখ্যক লোকে যাতে অংশগ্ৰহণ কৰিব পাৰে আৰু এজনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শংকা এতিয়াও আঁতৰা নাই। দাবী-আপত্তি প্ৰক্ৰিয়াৰ বাবে পূৰ্বৰ ১৫বিধ নথিৰ বৈধতা অটুট থকা সত্ত্বেও বাদ পৰা ৪০ লাখৰো অধিক লোকৰ নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা জোৰদাৰ নহয়। সেয়ে এই শংকা আহিছে যে এইসকলৰ বেছি সংখ্যকৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ’ব পাৰে।

জানিব পৰামতে, ৰাজ্যত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত চলি থকা তীব্ৰ গণ-আন্দোলন আৰু ইয়াৰ ঢৌৱে বিজেপিৰ ভাবমূৰ্তি ম্লান কৰা কথাটোৱে দলটোৰ কেন্দ্ৰৰ নেতৃবৰ্গক উদ্বিগ্ন কৰি তুলিছে। ফলত এই বিষয়টো আৰু এন আৰ চিৰ বিষয়টো আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সোণোৱালক জৰুৰীভাৱে দিল্লীলৈ মাতি পঠাইছিল।

বৈঠকত ৰাজ্যৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। বিশেষকৈ আলফাৰ উত্থানৰ বিষয়টোৱে বৈঠকত গুৰুত্বসহ স্থান লাভ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে আলফা (স্বাঃ) কাৰ্য্যকলাপ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালক নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd