• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্কটৰ যুগান্তকাৰী গৱেষণাত আইআইটি গুৱাহাটীৰ গৱেষকৰ সাফল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2018 5:26 pm
image-cancer
633
VIEWS
Share on FacebookShare on Twitter

কৰ্কটৰ ওপৰত গুৰুত্বপূৰ্ণ গৱেষণাপত্ৰ প্ৰকাশ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ বৈজ্ঞানিকসকলে। এই গৱেষণাপত্ৰখনত উৎপত্তিস্থানৰ পৰা ফালৰি কাটি যোৱা কৰ্কট কোষৰ স্থান পৰিৱৰ্তন (metastatic cancer cells) প্ৰদৰ্শন কৰা হৈছে আৰু এয়া হৈছে কৰ্কটৰ গৱেষণাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।

এই গৱেষণা সম্পন্ন কৰিছিল প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ সঞ্চালক গৌতম বিশ্বাস, তেওঁৰ সহযোগী জৈৱবিজ্ঞান আৰু জৈৱআভিযান্ত্ৰিক বিভাগৰ অধ্যাপক সিদ্ধাৰ্থ শংকৰ ঘোষ আৰু মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক অমৰেশ দালালে। তেওঁলোকক সহযোগ কৰিছিল গৱেষণাৰ শিক্ষাৰ্থী বিনীতা নাথ আৰু আছিফ ৰাজাই।

‘টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে এই গৱেষণা অতি ঠেক মাইক্ৰচেনেলত সক্ৰিয় অৱস্থাত থকা কৰ্কট কোষৰ চলন প্ৰদৰ্শন কৰা হৈছিল।

কৰ্কট কোষ কেনেদৰে মানৱ শৰীৰৰ ক্ষুদ্ৰ কৈশিকাসমূহৰ (উপশিৰা) মাজেৰে গৈ সেইসমূহ বিকৃত কৰে আৰু কৰ্কট কোষসমূহ বৰ্তি থাকে এই গৱেষণাত তাক দেখুওৱা হৈছে।

কৰ্কটৰ বহুকোষীয় সমষ্টিসমূহ হৈছে আঁতৰত থকা অংগসমূহলৈ কৰ্কট কোষ পৰিচলনৰ কাৰক আৰু এইসমূহে দেহত কৰ্কট বিয়পাই দিব পাৰে।

পূৰ্বে এই কথা অনুমান কৰা হৈছিল যে কৰ্কট কোষসমূহ হাওফাওৰ কৈশিকাৰ নিচিনা ক্ষুদ্ৰ কৈশিকাৰে পাৰ হৈ আন আন অংগলৈ বিয়পি যাব যাব নোৱাৰে কাৰণ কৰ্কট কোষৰ আকৃতি ডাঙৰ।

এই গৱেষণাত লাভ কৰা সিদ্ধান্ত এখন অন লাইনযোগে উপলব্ধ বিজ্ঞান আলোচনীত প্ৰকাশিত হৈছে। আলোচনীখনে  প্ৰাকৃতিক আৰু নৈদানিক বিজ্ঞান ক্ষেত্ৰৰ প্ৰথমিক আৰু বৈজ্ঞানিকভাৱে বৈধতাপ্ৰাপ্ত প্ৰৱন্ধ প্ৰকাশ কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd