• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ : মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 29, 2018 9:30 pm
Muminul Atul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ।‘ অসম গণ পৰিষদৰ দলটোক এইদৰে কটাক্ষ কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

উল্লেখযোগ্য যে, ৭৩ নং লেঙেৰী  গাওঁ পঞ্চায়তৰ ঠেঙাল ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰূপ দুৱৰাই কংগ্ৰেছ আৰু অগপৰ সমৰ্থনত ‘টেলিভিশ্বন’ৰ প্ৰতীকত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ এখন ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। তাৰ পাছতেই নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কটু বাক্যবানেৰে পুনৰ অগপক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

Apply Now

আনহাতে, নহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে ‘কংগ্ৰেছ-অগপ ভাই ভাই’ বুলি কৰা মন্তব্যৰ উদ্ধৃতি দি আৱালে পুনৰ কয়, ‘সময়ত অগপৰ প্ৰকৃত স্বৰূপটো অসমৰ ৰাইজে দেখা পাব।‘

প্ৰণিধানযোগ্য যে, অগপই বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নকৰাহেঁতেন বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন তথা ভোটসমূহ বিভাজিত নহৈ বিজেপিৰ সমৰ্থনত ভোট আহিছিল বুলি সচেতন মহলত বিষয়টো চৰ্চিত হৈছে। তাৰ বিপৰীতে এই কথা মানি ল’ব নোখোজা আৱালে ‘যাৰ যহতে শাখঁ-সেন্দুৰ তাকে কৰে ভোকোৰা এন্দুৰ’ লেখীয়াকৈ পাহৰিলে অগপৰ উপকাৰৰ কথা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহৎ জনমত গঠন কৰাটোৱেই যেন অসহ্যকৰ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গৰ বাবে।

আৱালৰ মতে ‘অগপ দলটো আনৰ অনুগ্ৰহত চলা দল।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, অগপ দলটোক চৰম অপমানসূচকভাৱে আৱালে আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, ‘’২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে দলটোক তুলি নধৰাহেঁতেন, তেতিয়া তেওঁলোক শ্মশানত থকাৰ দৰেই আছিল। অনথ্যা ২০১৬ চনতে মুখাগ্নি হ’লহেঁতেন অগপৰ।‘’

তেওঁ লগতে অগপৰ অস্তিত্বক একেবাৰে ধুলিসাৎ কৰি কয়, ‘’অগপই নিজে গম পায়, তেওঁলোকৰ ভৰিৰ তলত মাটি কিমান আছে। অগপই দিক্-বিদিক হেৰুৱাই বিজেপিৰ বিৰুদ্ধে কথাবোৰ কৈ আছে।‘’

অৱশ্যে, ‘’অসম গণ পৰিষদ দলৰ প্ৰতি অসমৰ সাধাৰণ জনতাৰ এক আস্থা আৰু বিশ্বাস আছে,‘’ বুলি আমাৰ আগত মন্তব্য কৰি তেওঁ লগতে কয়, ‘’সেই আস্থা আৰু বিশ্বাসক সন্মান জনাই কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাজনৈতিকভাৱে ক্ষতি হ’লেও বা দলৰ কৰ্মীয়ে আঘাত পালেও অগপৰ সৈতে মিত্ৰতা কৰিছিলো।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd