• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মেঘালয় সীমান্তৰ থাণ্টী পাহাৰত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ লগতে মেঘালয়ত চামিল হোৱাৰ ভাবুকি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 30, 2018 8:14 pm
308
VIEWS
Share on FacebookShare on Twitter

‘No Road No Vote, No Electricity No Vote’ ধ্বনিৰে উত্তাল হৈ পৰিছে অসম-মেঘালয় সীমান্তত থকা থাণ্টী পাৰা নামৰ গাঁওখন।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ গতিত চলি থকা সময়তে অসম-মেঘালয় সীমান্তৰ থাণ্টী পাৰা নামৰ গাঁওখনৰ ৰাইজে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰাৰ লগতে মেঘালয়ত চামিল হোৱাৰো ভাবুকি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে স্বাধীনতাৰ পিছৰে পৰা বহু চৰকাৰ আহিল আৰু গ’ল কিন্তু অসম-মেঘালয় সীমান্তৰ থাণ্টী পাৰা গাঁওখনত বৰ্তমানলৈকে কোনো ধৰণৰ উন্নয়ন নহ’ল।

প্ৰায় ১৫০ টা পৰিয়লে বসবাস কৰা গাঁওখনৰ লোকসকলে বৰ্তমানো আদিম মানৱৰ দৰে জীৱন যাপন কৰিব লগা হৈছে। গাঁওখনলৈ যোৱাৰ বাবে নাই এটাও উপযুক্ত পথ তাৰোপৰি গাঁওখনৰ লোকসকলে নিজৰাৰ পানীকে খাই জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে।

মন কৰিব লগীয়া যে অঞ্চলটোত নাই কোনো স্বাস্থ্যকেন্দ্ৰ, তাৰোপৰি একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে শিক্ষা গ্ৰহণৰ বাবে ৬ কিলোমিটাৰ পাহাৰী পথ অতিক্ৰম কৰি পুনৰ ২০/২৫ কিলোমিটাৰ আঁতৰত কৃষ্ণাই অথবা গোৱালপাৰালৈ আহিব লাগে।

আনহাতে এই সন্দৰ্ভত দীৰ্ঘদিনৰে পৰা স্থানীয় ৰাইজে জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে তথা প্ৰশাসনে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। ফলত ক্ষোভিত গাঁওবাসীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

ইফালে অসম চৰকাৰৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি মেঘালয় চৰকাৰে থাণ্টী পাহাৰবালীক বিদ্যুৎ, চিকিৎসাৰ পৰা ধৰি সকলো সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে।

গতিকে অসম চৰকাৰৰ অমনোযোগিতাৰ বিপৰীতে মেঘালয় চৰকাৰৰ সেউজ সংকেত লাভ কৰি অঞ্চলটোৰ লোকসকলে মেঘালয়ত চামিল হোৱাৰ ভাবুকি প্ৰদান কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd