• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-মেঘালয় সীমান্তৰ থাণ্টী পাহাৰত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ লগতে মেঘালয়ত চামিল হোৱাৰ ভাবুকি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 30, 2018 8:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘No Road No Vote, No Electricity No Vote’ ধ্বনিৰে উত্তাল হৈ পৰিছে অসম-মেঘালয় সীমান্তত থকা থাণ্টী পাৰা নামৰ গাঁওখন।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ গতিত চলি থকা সময়তে অসম-মেঘালয় সীমান্তৰ থাণ্টী পাৰা নামৰ গাঁওখনৰ ৰাইজে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰাৰ লগতে মেঘালয়ত চামিল হোৱাৰো ভাবুকি প্ৰদান কৰিছে।

Apply Now

উল্লেখযোগ্য যে স্বাধীনতাৰ পিছৰে পৰা বহু চৰকাৰ আহিল আৰু গ’ল কিন্তু অসম-মেঘালয় সীমান্তৰ থাণ্টী পাৰা গাঁওখনত বৰ্তমানলৈকে কোনো ধৰণৰ উন্নয়ন নহ’ল।

প্ৰায় ১৫০ টা পৰিয়লে বসবাস কৰা গাঁওখনৰ লোকসকলে বৰ্তমানো আদিম মানৱৰ দৰে জীৱন যাপন কৰিব লগা হৈছে। গাঁওখনলৈ যোৱাৰ বাবে নাই এটাও উপযুক্ত পথ তাৰোপৰি গাঁওখনৰ লোকসকলে নিজৰাৰ পানীকে খাই জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে।

মন কৰিব লগীয়া যে অঞ্চলটোত নাই কোনো স্বাস্থ্যকেন্দ্ৰ, তাৰোপৰি একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে শিক্ষা গ্ৰহণৰ বাবে ৬ কিলোমিটাৰ পাহাৰী পথ অতিক্ৰম কৰি পুনৰ ২০/২৫ কিলোমিটাৰ আঁতৰত কৃষ্ণাই অথবা গোৱালপাৰালৈ আহিব লাগে।

আনহাতে এই সন্দৰ্ভত দীৰ্ঘদিনৰে পৰা স্থানীয় ৰাইজে জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে তথা প্ৰশাসনে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। ফলত ক্ষোভিত গাঁওবাসীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

ইফালে অসম চৰকাৰৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি মেঘালয় চৰকাৰে থাণ্টী পাহাৰবালীক বিদ্যুৎ, চিকিৎসাৰ পৰা ধৰি সকলো সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে।

গতিকে অসম চৰকাৰৰ অমনোযোগিতাৰ বিপৰীতে মেঘালয় চৰকাৰৰ সেউজ সংকেত লাভ কৰি অঞ্চলটোৰ লোকসকলে মেঘালয়ত চামিল হোৱাৰ ভাবুকি প্ৰদান কৰিছে।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd