• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ‘ৰাজনৈতিক সন্ত্ৰাসবাদী’ আখ্যা (ভিডিঅ’টো শুনিবলৈ ক্লিক কৰক)

“কোনজন হিমন্ত বিশ্ব শৰ্মা সত্য? বিজেপিত থকাজন নে আলফাৰ মিডলমেন হিমন্ত সত্য?”

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
December 1, 2018 5:00 pm
himanta-biswa-sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী আৰু সমালোচকৰ প্ৰতি সদায়ে ইতিকিংসূচক আৰু গৰল সদৃশ মন্তব্য আগ বঢ়াই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দিছে কংগ্ৰেছ নেতা দুৰ্গাদাস বড়োৱে। কামৰূপৰ শিঙীমাৰিত হোৱা এখন নিৰ্বাচনী সভাত বড়োৱে হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন সময়ৰ স্ববিৰোধ স্থিতি আৰু মন্তব্যবোৰৰ যথাৰ্থতাৰ ওপৰতো প্ৰশ্ন কৰে বড়োৱে। তেওঁ দল আৰু স্থিতি সলনি হ’লেই মন্তব্যবোৰ সলনি হয় আৰু আক্ৰমণৰ লক্ষ্য সলনি হয় বুলি কয়।

Apply Now

“হিমন্তই আজি কোৱা কথাবোৰ সত্য নে তিনি বছৰ আগতে কোৱা কথাবোৰ সত্য?” দুৰ্গাদাস বড়োৰ প্ৰশ্ন।

হিমন্তৰ ভিন্ন সময়ৰ ভিন্ন অৱস্থান সন্দৰ্ভত দুৰ্গাদাস বড়োৱে প্ৰশ্ন তুলি কয় “কোনজন হিমন্ত বিশ্ব শৰ্মা সত্য?”

“সদৌ অসম ছাত্ৰ সন্থাত থকা হিমন্ত বিশ্ব সত্য নে গণ সংগ্ৰাম পৰিষদত প্ৰফুল্ল মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সৈতে থকা হিমন্ত বিশ্ব সত্য নে তিনি বছৰ আগলৈকে কংগ্ৰেছত থকা হিমন্ত সত্য?” বড়োৱে আকৌ কয়, “এতিয়াৰ বিজেপিত থকা হিমন্ত সত্য নে আলফাৰ মিডলমেন হৈ থকা সময়ৰ হিমন্ত সত্য?”

আনহাতে কংগ্ৰেছ নেতাজনে হিমন্তক ৰাজনৈতিক সন্ত্ৰাসবাদী বুলি স্পষ্টকৈ অভিহিত কৰে।

“উগ্ৰবাদীসকলক যেনেকৈ ইংৰাজীত টেৰৰিষ্ট বুলি কোৱা হয়, সেইদৰে হিমন্ত বিশ্ব হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ‘পলিটিকেল টেৰৰিষ্ট’ অৰ্থাৎ ৰাজনৈতিক সন্ত্ৰাসবাদী।” দুৰ্গা বড়োৱে কয়।

ইয়াৰ উদাহৰণ দাঙি ধৰি দুৰ্গা বড়োৱে কয়, “হিমন্তই কংগ্ৰেছত থাকোতে যেনেকৈ ৰাজনৈতিক সন্ত্ৰাস সৃষ্টি কৰিছিল, মোদীৰ ৰাজ্যত পানীৰ পাইপেৰে তেজৰ সোঁত বয় বুলি কৈছিল, একেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰসভাত অগপই ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ ১ কোটি বাংলাদেশীক স্বদেশী কৰিছিল বুলি প্ৰচাৰ চলাইছে।”

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে অগপ এৰি বিজেপিত যোগদান কৰা দুৰ্গাদাস বড়োৱে আজি দলটোৰ হৈ কামৰূপৰ শিঙীমাৰিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল। বড়োৱে প্ৰচাৰসভাত উপস্থিতসকলক উদ্দেশ্যি উদাত্ত ভাষণ দিয়ে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd