• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমাপুৰত অভিযান চলাই চুৰি মোবাইলসহ দুজন চোৰক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
December 1, 2018 8:14 pm
IMG-20181201-WA0079
253
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী ব্যস্ততাৰ মাজতেই গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ডিমাপুৰত অভিযান চলাই দহটা অত্যাধুনিক চুৰি  মোবাইল ফোনসহ দুজন চোৰক গ্ৰেপ্তাৰ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে যোগান ধৰা তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা অৰ্থাৎ ৩০ নৱেম্বৰ শুকুৰবাৰে গোলাঘাট আৰক্ষীৰ অভিযানকাৰী দলটোৱে চুবুৰীয়া ৰাজ্য ডিমাপুৰৰ ইষ্ট পুলিচ ষ্টেশ্যনৰ অন্তৰ্গত নেতাজী নগৰত আত্মগোপন কৰি থকা জীবেল হুছেইন (২৪) আৰু জমিৰ আহমেদ (২৩) নামৰ চোৰ দুজনক গ্ৰেপ্তাৰ সক্ষম হয়।

উক্ত লোকদুজনৰ ভিতৰত জীবেল হুচেইনৰ ঘৰ বদৰপুৰৰ কলাগাওঁ অঞ্চলত আৰু জমিৰ আহমেদৰ ঘৰ বদৰপুৰৰ চেনি পথুন গাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে চোৰ দুজনে যোৱা ২০ নৱেম্বৰ তাৰিখে গোলাঘাট নগৰৰ ‘কে বি ইলেকট্ৰনিকছ’ নামৰ এখন দোকানৰ পৰা উক্ত মূল্যৱান স্মাৰ্ট ফোনকেইটা চুৰি কৰিছিল। গোলাঘাট আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (৪৫৭/৩৮০) অধীনত (৯৯৯/১৮) নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে।

Recent News

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd