• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ অনাথ আশ্ৰমলৈ আচবাব, খোৱাপানীৰ সুবিধা প্ৰদান ৰেড হৰ্ন ডিভিজনৰ জিঅ’চিৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 2, 2018 9:46 pm
IMG-20181202-WA0024
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২ ডিচেম্বৰ দেওবাৰে ৰঙিয়াত থকা ৰেড হৰ্ন ডিভিজনৰ জেনেৰেল অফিচাৰ কামাণ্ডিংগৰাকীয়ে বড়োবাজাৰত থকা ‘বড়োলেণ্ড ছিলড্ৰেণ্ডছ হোম’ নামৰ অনাথ আশ্ৰমখনলৈ কাবাৰ্ড, ডাইনিং টেবুল আচবাব সামগ্ৰী আৰু ৰিভাৰ্ছ অছম’ছিছ ব্যৱস্থাৰে বিশুদ্ধিকৃত (RO water purification system) খোৱা  খোৱাপানীৰ সুবিধা স্থাপন কৰিছে।  ভাৰতীয় সেনাৰ ‘অভিযান সদ্ভাৱনা’ৰ (Operation Sadbhavana) অধীনত কোকৰাঝাৰৰ অতি ভিতৰুৱা ভিতৰুৱা এলেকাত থকা এই অনাথ আশ্ৰমখনৰ  শিশুহঁতক সেনা বিষয়াগৰাকীয়ে ঊণী কাপোৰো প্ৰদান কৰে।

সেনা কামাণ্ডাৰগৰাকীৰ এই বদান্যতাৰ বাবে অনাথ আশ্ৰম কৰ্তৃপক্ষই বিষয়াগৰাকীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ‘বড়োলেণ্ড ছিলড্ৰেণ্ডছ হোম’ অনাথ আশ্ৰমত ৩৬টি পিতৃ-মাতৃহীন শিশুৱে বাস কৰে। সেনা কামাণ্ডাৰগৰাকীয়ে প্ৰদান কৰা এই সুবিধাই পিতৃ-মাতৃ আৰু আপোনজনৰ স্নেহৰ উমৰ পৰা বঞ্চিত এই শিশুসকলক যথেষ্ট উপকৃত কৰিব।

উল্লেখ্য যে জনসাধাৰণৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে প্ৰৱৰ্তন কৰা ‘অভিযান সদ্ভাৱনা’ৰ অধীনত অতি ভিতৰুৱা এলেকাত বাস কৰা আৰু চৰকাৰী সুযোগ সুবিধাৰ পৰা বঞ্চিত জনসাধাৰণলৈ বিভিন্ন মানৱীয় সহায়তা আগবঢ়োৱাৰ উদ্যোগ গ্ৰহণ কৰিছে।

ভাৰতীয় সেনা বাহিনীয়ে দেশৰ ভিতৰুৱা এলেকাসমূহত বাস কৰা জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নীত কৰাৰ বাবে গ্ৰহণ কৰা এই মানৱ হিতৈষী পদক্ষেপক স্থানীয় জনসাধাৰণে আদৰণি জনাইছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd