• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ নিৰ্বাচনী চমক : অখ্যাত কবিৰ হৃদয়স্পৰ্শী ধ্বনি কবিতাৰে আলোড়ন সৃষ্টি

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
December 3, 2018 9:20 am
chamaguri poem.image.jpg 2

চামগুৰিত নিৰ্বাচনী প্ৰচাৰত কবিতাৰ চমক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’হেৰ‘ অসমীয়া কথাত নুভুলিবা শতৰুৰ বুজিবা নীতি, উতলা তেজত চেকুৰা নেবান্ধে আমি লাচিতৰ নাতি৷ বঙহেই বঙহক খাবলৈ ওলাইছে নাথাকিব ভাষা-জাতি-মাটি, যদিহে অসমীয়া জাকি মাৰি নোলোৱা কাললৈ নুমাব চাকি ৷ তাহানিৰ বদনে মান আনি পুৰিলে পৰাধীন কৰিলে জাতি, এতিয়াৰ বদনে জাতিটোকে বেচি আজুৰিব খুজিছে গাদী ৷ হেৰ‘ অসমীয়া কথাত নুভুলিবা শতৰুৰ বুজিবা নীতি, উতলা তেজত চেকুৰা নেবান্ধে আমি লাচিতৰ নাতি ৷৷’’

অখ্যাত কোনো কবিৰ এই হৃদয়স্পৰ্শী কবিতাৰ ধ্বনিয়ে  চামগুৰি সমষ্টিৰ অন্তৰ্গত চামগুৰি আৰু বাজিয়াগাঁও জিলা পৰিষদৰ এলেকাধীন বৃহত্তৰ অঞ্চলটোৰ সৰ্ব সাধাৰণ ৰাইজৰ মাজত আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

Apply Now

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ ৭০ টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাঁথো দুটাদিন বাকী থকাৰ মূহুৰ্তত দেওবাৰে চামগুৰিত ব্যাপক প্ৰচাৰ লাভ কৰা কবিতাটোৱে সচেতন ভোটাৰ ৰাইজৰ বিবেক-বিবেচনাৰ দুৱাৰ মুকলি কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ৷

অসম তথা উত্তৰ পূৰ্বাঞ্চল হিন্দু বাংলাদেশীৰ চৰণীয়া পথাৰ হোৱাৰ আশংকাত ভীতিগ্ৰস্ত খিলঞ্জীয়াই উক্ত বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো পঞ্চায়ত নিৰ্বাচনত বিষয়টোৱে ক্ষতি কৰিব বুলি আশংকা কৰি ৰাজ্য চৰকাৰে সম্প্ৰতি মৌনতা অৱলম্বন কৰিছে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

এনে সময়তে প্ৰচাৰিত তথা ধ্বনি কবিতাৰে জনোৱা আহ্বানত আকৃষ্ট হৈ দেওবাৰে বহু কেইজন কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা কৰ্মীয়ে অগপ দলত যোগদান কৰিছে বুলি জানিব পৰা গৈছে ৷ সূতাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডত অগপৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ নিৰ্বাচনী সভাত সূতাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক হৰেন বৰা,সূতাৰগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলীপ সেনাপতি আৰু বিজেপিৰ প্ৰাক্তন বুথ সভাপতি পূৰ্ণেশ্বৰ শইকীয়াৰ নেতৃত্বত বহু সংখ্যক নিজ দলৰ কৰ্মী-সমৰ্থকে অগপ দলত যোগদান কৰে ৷ সভাত ৰূপহী হাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোপাল ভূঁঞা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

আনহাতে, চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সমষ্টিটোৰ অন্তৰ্গত ভেলেউগুৰি,ৰঙাগড়া,আমনি,বৰমাবিল,কাৱৈমাৰী,লাওখোৱা,ভাটিয়াখালি আৰু শিঙিমাৰীত নিৰ্ব্বাচনী  সভা অনুষ্ঠিত কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে কংগ্ৰেছ দলৰ লগতে বিজেপি দলৰ স্থানীয় নেতা-কৰ্মীয়ে অগপত যোগদান কৰা বিষয়টোত আজি অগপ দলে প্ৰচাৰ কৰা ধ্বনি কবিতাৰ প্ৰভাৱ আছে নেকি বুলি প্ৰশ্ন উত্থাপন হোৱাৰ লগতে বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷

বিদ্যুৎ জ্যোতি বৰা

বিদ্যুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd