• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : ৫ ডিচেম্বৰত বন্ধ থাকিব কামৰূপ মহানগৰ জিলা; ড্ৰাই ডেই ঘোষণা

কোনেও মনোনয়ন দাখিল নকৰা বাবে খালী থাকিল দুটাকৈ পদ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 3, 2018 6:31 pm
DC Kamrup (M)

পঞ্চায়ত নিৰ্বাচন বিষয়ত আৱৰ্ত ভৱনত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৫ ডিচেম্বৰত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচন উপলক্ষে কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী কাৰ্য্যালয় বন্ধ থাকিব।

এই কথা জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে। পঞ্চায়ত নিৰ্বাচন বিষয়ত আৱৰ্ত ভৱনত আজি এখন সংবাদমেল দি মিট্টালে কয় যে অহা ৫ ডিচেম্বৰৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সকলো প্ৰকাৰে সাজু হৈ উঠিছে।

Apply Now

ইতিমধ্যে নিৰ্বাচনত জড়িত হ’ব লগীয়া বিষয়া-কৰ্মচাৰীসকলৰ তিনিটা পৰ্যায়ত প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে।

মুঠ ২৫৬টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সৰ্বমুঠ ২১টা পঞ্চায়তৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব। সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা ৬৮৬, ইয়াৰে মহিলা প্ৰাৰ্থী আছে ১৩১গৰাকী। সৰ্বমুঠ ভোটাৰ ১৮৮৯৪৩ পুৰুষ ভোটাৰ ৯৪৯০৪ আৰু মহিলা ভোটাৰ ৯৪০৩৯ গৰাকী।

ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে মুঠ ৬গৰাকী প্ৰতিনিধিয়ে, ২গৰাকী বিজেপিৰ আৰু ৪ কংগ্ৰেছৰ নিৰ্বাচিত হৈছে। ইপিনে এইবাৰ কামৰূপ মহানগৰ জিলাত দুটা পদত কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰা বাবে এইকেইটা খালী থাকিল বুলি উপায়ুক্তজনে জনায়। খালী থকাকেইটা হ’ল- বৰখাত গাওঁ পঞ্চায়ত আৰু ডিগাৰু গাওঁ পঞ্চায়তৰ একোটাকৈ ৱাৰ্ড মেম্বাৰৰ পদ। এইকেইটা অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল।

সংবাদমেলত মিট্টালে জনোৱামতে, নিৰ্বাচনৰ বাবে সোণাৰাম হাইস্কুলত ষ্ট্ৰং ৰূম কৰা হৈছে।

মিট্টালে লগতে জনায় যে মহানগৰ জিলাখনত আজিৰ পৰা উক্ত দিনটোলৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd